মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»আপোনাৰ ফেচবুক প্ৰফাইল কোনে খুচৰিছে? জানিব বিচাৰ যদি এই প্ৰক্ৰিয়াৰে আগবাঢ়ক!

আপোনাৰ ফেচবুক প্ৰফাইল কোনে খুচৰিছে? জানিব বিচাৰ যদি এই প্ৰক্ৰিয়াৰে আগবাঢ়ক!

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:14 PM IST
আপোনাৰ ফেচবুক প্ৰফাইল কোনে খুচৰিছে? জানিব বিচাৰ যদি এই প্ৰক্ৰিয়াৰে আগবাঢ়ক!
যদি এই প্ৰক্ৰিয়াৰে আগবাঢ়ে তেন্তে জানিব পাৰিব, কোনে খুচৰি আছে আপোনাৰ ফেচবুক একাউণ্ট।

যদি এই প্ৰক্ৰিয়াৰে আগবাঢ়ে তেন্তে জানিব পাৰিব, কোনে খুচৰি আছে আপোনাৰ ফেচবুক একাউণ্ট।

  • Share this:
ফেচবুক! বৰ্তমান সময়ত  ফেচবুক ব্যৱহাৰ নকৰা মানুহ খুব কমহে আছে! সমগ্ৰ বিশ্বতে ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে। একাংশ ফেচবুক ব্যৱহাৰকাৰী আছে, যি আনৰ প্ৰফাইল খুচৰি ভাল পায়। আপোনাৰো ফেচবুক প্ৰফাইল কোনে কোনে খুচৰিছে? যদি এই প্ৰক্ৰিয়াৰে আগবাঢ়ে তেন্তে জানিব পাৰিব, কোনে খুচৰি আছে আপোনাৰ ফেচবুক একাউণ্ট।

এনেদৰে আগবাঢ়ক-


  •  আপোনাৰ ফেচবুক একাউণ্ট ডেস্কটপ বা লেপটপত লগইন কৰক। 

  • টাইমলাইনলৈ যাওক।

  • তাৰ পাছত আপোনাৰ keybordত Ctrl+U টিপক। টিপাৰ পিছতে আপোনাৰ টাইমলাইনত বিভিন্ন আখৰ দেখিব। এতিয়া Ctrl+F টিপক।

  • ইয়াৰ পিছতে এটা সৰু বক্স দেখা পাব। সেই ঠাইত আপুনি BUDDY_ID বুলি টাইপ কৰি ENTER টিপক। ইয়াৰ পিছতে আপুনি স্ক্ৰিণত বহুকেইটা BUDDY_ID. দেখিবলৈ পাব।আইডিবোৰৰ ওপৰত হালধীয়া ৰং দেখিবলৈ পাব। লগতে দেখিব ১৫টা সংখ্যাৰ এটা নম্বৰ।এই নম্বৰবোৰ হৈছে শেহতীয়াভাৱে আপোনাৰ প্ৰ’ফাইল খুচুৰা লোকৰ আইডি নম্বৰ।


  • এতিয়া তাৰে যিকোনো এটা BUDDY_ID নম্বৰ (কেৱল নম্বৰটোহে) COPY কৰক। তাৰ পিছত New Tab এটা লৈ তাত facebook.com/আপুনি copy কৰা নম্বৰটো Paste কৰক আৰু Enter মাৰক।

  • আৰু তেতিয়াই আপোনাৰ প্ৰফাইল কোনে খুচৰিছে ওলাই পৰিব।

Published by: Himangshu Bhuyan
First published: February 27, 2021, 8:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি