টকা আচল নে নকল কেনেকৈ গম পাব আপুনি ?

নকল টকাই ভাৰতৰ অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে নকল টকাৰ অবাধ প্ৰচলনৰ বাবে প্ৰায়ে লোকচানৰ সন্মুখীন হৈ আহিছে দেশৰ সাধাৰণ লাগৰিক । ভাৰতীয় ৰিজাৰ্ভ বেংকে অতি সোনকালেই আৰম্ভ কৰিব নকল টকা চিনাক্ত কৰা এপ ।

news18assam
Updated:May 12, 2019, 1:28 PM IST
টকা আচল নে নকল কেনেকৈ গম পাব আপুনি ?
নকল টকাই ভাৰতৰ অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে নকল টকাৰ অবাধ প্ৰচলনৰ বাবে প্ৰায়ে লোকচানৰ সন্মুখীন হৈ আহিছে দেশৰ সাধাৰণ লাগৰিক । ভাৰতীয় ৰিজাৰ্ভ বেংকে অতি সোনকালেই আৰম্ভ কৰিব নকল টকা চিনাক্ত কৰা এপ ।
news18assam
Updated: May 12, 2019, 1:28 PM IST
ভাৰতীয় ৰিজাৰ্ভ বেংকে অতি সোনকালেই আৰম্ভ কৰিব নকল টকা চিনাক্ত কৰা এপ । নকল টকাই ভাৰতৰ অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে নকল টকাৰ অবাধ প্ৰচলনৰ বাবে প্ৰায়ে লোকচানৰ সন্মুখীন হৈ আহিছে দেশৰ সাধাৰণ লাগৰিক । এইবাৰ নকল ধন চিনাক্ত কৰিবলৈ চৰকাৰে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এটা নতুন App, যাৰ ফলত আপুনি নিজৰ মোবাইল ফোনতে পৰীক্ষা কৰিব পাৰিব আপোনাৰ ধন । বিত্ত মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি টকা পৰীক্ষা কৰিবলগীয়া Appটোৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকক । ইতিমধ্যে App নিৰ্মাণৰ প্ৰাৰম্ভিক কাম–কাজ আৰম্ভ কৰিছে RBI–এ ।
এই Appটোৰ জৰিয়তে দেশৰ সকলো মানুহেই পৰীক্ষা কৰিব পাৰিব নিজৰ ধন । সেইদৰে দৃষ্টিহীন লোকেও নিজৰ ধন পৰীক্ষা কৰিবলৈ Appটোত থাকিব বিশেষ ব্যৱস্থা । নিজৰ ধন ভাৰতীয় হয়নে নহয় , নোটখন কিমান টকাৰ সেই সম্পৰ্কেও এই Appৰ দ্বাৰা জানিব পাৰিব দৃষ্টিহীনসকলে ।
আৰু চাওক পৰৱৰ্তী বাতৰি