உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Ranu Mandal: হালধীয়া পোছাকত আকৌ ভাইৰেল ৰাণু মণ্ডল! এইবাৰ কেৱল গীতেৰে নহয়, নৃত্য কৰি জগত জিনাৰ মন

    Ranu Mandal: হালধীয়া পোছাকত আকৌ ভাইৰেল ৰাণু মণ্ডল! এইবাৰ কেৱল গীতেৰে নহয়, নৃত্য কৰি জগত জিনাৰ মন

    এইবাৰ পুনৰ ৰাণুৱে গীত গোৱা অন্য এটা ভিডিও ভাইৰেল হৈছে। এইবাৰ আনকি ৰাণুৱে নৃত্যও কৰিছে।

    এইবাৰ পুনৰ ৰাণুৱে গীত গোৱা অন্য এটা ভিডিও ভাইৰেল হৈছে। এইবাৰ আনকি ৰাণুৱে নৃত্যও কৰিছে।

    এইবাৰ পুনৰ ৰাণুৱে গীত গোৱা অন্য এটা ভিডিও ভাইৰেল হৈছে। এইবাৰ আনকি ৰাণুৱে নৃত্যও কৰিছে।

    • Share this:
    ৰাণাঘাটৰ ৰাণু মণ্ডলক কোনে পাহৰিব পাৰিব! একে ৰাতিতে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ছচিয়েল মিডিয়াৰ চেনচেশ্যন ৰাণু। ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰি আপোন পাহৰা হোৱা ৰাণুৰ হাতত এতিয়া নাই কাম। বহুতে এতিয়া ট্ৰোল কৰে ৰাণু মণ্ডলক। তথাপিও গীত গাবলৈ এৰা নাই ৰাণুৱে।

    সম্প্ৰতি ৰাণু মণ্ডলৰ কণ্ঠত ছুপাৰ ভাইৰেল হ'ল জনপ্ৰিয় গীত মানিকে মাগে হিথে। ৰাণুৰ মুখত এই গীত শুনি বহুতে প্ৰশংসা কৰাৰ লগতে বহুতে নিন্দা কৰিছে। এইবাৰ পুনৰ ৰাণুৱে গীত গোৱা অন্য এটা ভিডিও ভাইৰেল হৈছে। এইবাৰ আনকি ৰাণুৱে নৃত্যও কৰিছে।

    ইণ্টাৰনেট ইউজাৰ্চৰ বাবে ৰাণু মণ্ডল পৰিচিত নাম। ৰে’ল ষ্টেচনত গান গাই পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু মণ্ডলৰ এটা নিশাৰ ভিতৰতে সলনি হৈ পৰিছিল ভাগ্য। ভিক্ষা বৃত্তি এৰি পাইছিলগৈ বলীউদ। বলীউদৰ বিখ্যাত কণ্ঠশিল্পী, সংগীত পৰিচালক হিমেশ ৰেশামিয়াৰ সৈতে গীত গাই দেশবাসীৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৰাণু মণ্ডল।



    কিন্তু ৰাণু মণ্ডলৰ সেই জনপ্ৰিয়তা এতিয়া আৰু নাই। নিজৰ অহংকাৰ মনোভাৱৰ বাবেই যেন পতন ঘটিল ৰাণুৰ। বিভিন্ন সময়ত বিভিন্ন কৰ্মকাণ্ডৰে চৰ্চিত হৈছিল ৰাণু। ইয়াৰ মাজতে ৰাণু মণ্ডলৰ কিছুমান ভিডিঅ’ সময়ে সময়ে ভাইৰেল হয় ছচিয়েল মিডিয়াত।
    Published by:Himangshu Bhuyan
    First published: