শনিবাৰ পৰ্যন্ত বৃষ্টিপাতৰ সম্ভাৱনা ৰাজ্যত !

শনিবাৰলৈকে কম– বেছি পৰিমাণে বৰষুন হ’ব অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডত ।মংগলবাৰ আৰু বুধবাৰে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা । শণিবাৰ পৰ্যন্ত সূৰ্যৰ পোহৰ দেখিবলৈ নাপাই উত্তৰ পূৰ্বাঞ্চলৰ এইকেইখন ৰাজ্যত !

news18assam
Updated:May 13, 2019, 7:34 PM IST
শনিবাৰ পৰ্যন্ত বৃষ্টিপাতৰ সম্ভাৱনা ৰাজ্যত !
শনিবাৰলৈকে কম– বেছি পৰিমাণে বৰষুন হ’ব অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডত ।মংগলবাৰ আৰু বুধবাৰে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা । শণিবাৰ পৰ্যন্ত সূৰ্যৰ পোহৰ দেখিবলৈ নাপাই উত্তৰ পূৰ্বাঞ্চলৰ এইকেইখন ৰাজ্যত !
news18assam
Updated: May 13, 2019, 7:34 PM IST
শনিবাৰলৈকে কম– বেছি পৰিমাণে বৰষুন হ’ব অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ডত । মংগলবাৰ আৰু বুধবাৰে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা । সেইদৰে বৃহস্পতিবাৰ আৰু শণিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা ।গুৱাহাটীকে ধৰি নগাও,লখিমপুৰ,যোৰহাট,শোণিতপুৰকে ধৰি ৰাজ্যৰ বহু কেইখন জিলাত বেছিকৈ পৰিব ইয়াৰ প্ৰভাৱ ।Skymetএ দিছে বতৰৰ এই আগজাননী । যাৰফলত এতিয়া শণিবাৰ পৰ্যন্ত সূৰ্যৰ পোহৰ দেখিবলৈ নাপাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত । উল্লেখযোগ্য যে অসমৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে প্ৰৱল বৃষ্টিপাত ।
আৰু চাওক পৰৱৰ্তী বাতৰি