• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • পুনৰ সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ, কিমান টকা বৃদ্ধি হ’ল ৰন্ধন গেছৰ মূল্য

পুনৰ সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ, কিমান টকা বৃদ্ধি হ’ল ৰন্ধন গেছৰ মূল্য

ফাইল ফটো

ফাইল ফটো

ৰাজ–সাহায্যবিহীন চিলিণ্ডাৰৰ দৰ ৬ টকাকৈ বৃদ্ধি। এই মূল্য ১ মে’ৰ পৰা এমাহৰ বাবে ধাৰ্য কৰা হৈছে

  • Share this:
    লোকসভা নিৰ্বাচনৰ মাজতে সাধাৰণ ৰাইজৰ ওপৰত পুনৰ মাধমাৰ। প্লাৱিক ছেক্টৰৰ তেল কোম্পানীসমূহে ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰিছে। যাৰ বাবে ঘৰুৱা LPG চিলিণ্ডাৰৰ দৰ ২৮ পইচা বৃদ্ধি হৈছে। লগতে, ৰাজ–সাহায্যবিহীন চিলিণ্ডাৰৰ দৰ ৬ টকাকৈ বৃদ্ধি। এই মূল্য ১ মে’ৰ পৰা এমাহৰ বাবে ধাৰ্য কৰা হৈছে। মূল্য বৃদ্ধিৰ পিছত দিল্লীস্থিত উপভোক্তাসকলে সাহায্যযুক্ত গেছ চিলিণ্ডাৰৰ বাবে ৪৯৬.১৪ টকা ভৰিব লাগিব। বিশেষজ্ঞসকলৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱাৰ বাবে এই মূল্য বৃদ্ধি।
    First published: