
Source-Google
আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম কমাৰ বাবেই এই সিদ্ধান্ত
আজিৰ পৰা হ্ৰাস পাব ৰাজসাহাৰ্য বিহীন চিলিণ্ডাৰৰ মূল্য।অইল ইণ্ডিয়া লিমিটেডৰ নতুন সিদ্ধান্ত অনুসৰি আজিৰ পৰা ঘৰুৱা ৰন্ধন গেছৰ ৰিফিল চিলিণ্ডাৰৰ দাম ১০১.৫০ টকাকৈ হ্ৰাস পাইছে মূল্য।সেইদৰে ব্যৱসায়িক গেছৰ চিলিণ্ডাৰৰ দাম ১৮৩ টকাকৈ হ্ৰাস পাইছে। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই দাম হ্ৰাস কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম কমাৰ বাবেই এতিয়া ভাৰতৰ বজাৰত দেখা গৈছে এই ইতিবাচক প্ৰভাৱ।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|