হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

ৰাজসাহায্যবিহীন প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত হ্ৰাস পালে ৬২.৫০ টকাকৈ।

News18-Assam
Updated:August 1, 2019, 9:00 AM IST
হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম
ৰাজসাহায্যবিহীন প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত হ্ৰাস পালে ৬২.৫০ টকাকৈ।
News18-Assam
Updated: August 1, 2019, 9:00 AM IST
জনসাধাৰণলৈ সামান্য সকাহ কেন্দ্ৰীয় চৰকাৰৰ। হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ৰাজসাহায্যবিহীন প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত হ্ৰাস পালে ৬২.৫০ টকাকৈ। অৱশ্যে কোনো পৰিৱৰ্তন হোৱা নাই ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ দামৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি