চাবোনত চকু! লাক্স, লাইফবয়, লিৰিল, ৰেক্সোনা, ড’ভ চাবোনৰ দাম বৃদ্ধি

News18 Assam | News18-Assam
Updated:February 1, 2020, 12:39 PM IST
চাবোনত চকু! লাক্স, লাইফবয়, লিৰিল, ৰেক্সোনা, ড’ভ চাবোনৰ দাম বৃদ্ধি
Source-Google

হিন্দুস্তান ইউনিলিভাৰৰ জনপ্ৰিয় ব্ৰেণ্ড ড’ভ, লাক্স, লাইফবয়, পীয়েৰ্ছ, হামাম, লিৰিল আৰু ৰেক্সোনা চাবোনৰ দাম বৃদ্ধি

  • Share this:
হিন্দুস্তান ইউনিলিভাৰে শোধালে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। ৬ শতাংশ বৃদ্ধি কৰা হৈছে গা ধোৱা চাবোনৰ দাম। কোম্পানীয়ে উল্লেখ কৰে যে, পাম তেলৰ ধাৰাবাহিক দাম বৃদ্ধিৰ বাবে এই সিদ্ধান্ত ল’বলৈ বাধ্য হয় প্ৰতিষ্ঠানটো।

দাম বৃদ্ধি পোৱা চাবোনৰ তালিকাত আছে বহুকেইটা জনপ্ৰিয় ব্ৰেণ্ড। হিন্দুস্তান ইউনিলিভাৰৰ জনপ্ৰিয় ব্ৰেণ্ড ড’ভ, লাক্স, লাইফবয়, পীয়েৰ্ছ, হামাম, লিৰিল আৰু ৰেক্সোনা চাবোনৰ দাম বৃদ্ধি।
আৰু চাওক
পৰৱৰ্তী বাতৰি