• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি টিপছ দিলে অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইক ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি টিপছ দিলে অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইক ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Narendra Modi) ভূয়সী প্ৰশংসা কৰিলে Tokyo অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইক(Lovlina Borgohain)।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Narendra Modi) ভূয়সী প্ৰশংসা কৰিলে Tokyo অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইক(Lovlina Borgohain)। স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ পিছতেই Tokyo Olympic গেমছত অংশ লোৱা ভাৰতীয় দলৰ খেলুৱৈ বিশেষকৈ পদক বিজয়ী খেলুৱৈ সকল উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ অভ্যৰ্থনা কাৰ্য্যসূচীত। অনুষ্ঠানত উপস্থিত থকা অসমৰ সুযোগ্য সন্তান লাভলীনা বৰগোঁহাইৰ অলিম্পিকৰ গ্লোৱছ যোৰ লিৰিকি বিদাৰি চুই চাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অৰ্জুন বটা বিজয়ী লাভলীনা বৰগোঁহাইৰ ব্ৰঞ্জৰ পদকটো চুই চাই প্ৰধানমন্ত্ৰী গৰাকীয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভলীনা বৰগোঁহাই সহিতে অন্যান্য খেলুৱৈ সকলক ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিৰ জৰিয়তে ভাৰতীয় সফল আৰু প্ৰতিভাৱান খেলুৱৈক উন্নত প্ৰশিক্ষনৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইফালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো ৰাইচিনা হিলছত সাক্ষাৎ কৰে অসমৰ সফল খেলুৱৈ লাভলীনা বৰগোঁহাইয়ে।
Published by:Kokil Sarma
First published: