• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • September Auspicious Days: ছেপ্তেম্বৰত নতুন সম্পত্তি কিনাৰ কথা আছে নেকি? শুভ সময় আৰু শুভদিন জানি লওক

September Auspicious Days: ছেপ্তেম্বৰত নতুন সম্পত্তি কিনাৰ কথা আছে নেকি? শুভ সময় আৰু শুভদিন জানি লওক

যদি ২০২১ চনৰ ছেপ্তেম্বৰ মাহত সম্পত্তি অথবা নতুন ঘৰ কিনাৰ পৰিকল্পনা আছে, তেন্তে শুভদিন আৰু সময় জানি লওক একেলগে।

যদি ২০২১ চনৰ ছেপ্তেম্বৰ মাহত সম্পত্তি অথবা নতুন ঘৰ কিনাৰ পৰিকল্পনা আছে, তেন্তে শুভদিন আৰু সময় জানি লওক একেলগে।

যদি ২০২১ চনৰ ছেপ্তেম্বৰ মাহত সম্পত্তি অথবা নতুন ঘৰ কিনাৰ পৰিকল্পনা আছে, তেন্তে শুভদিন আৰু সময় জানি লওক একেলগে।

  • Share this:
বহুলোকে হিন্দু বৈদক কেলেণ্ডাৰত উল্লেখিত শুভ মুহূৰ্ত চাই সম্পত্তি ক্ৰয় কৰে। পঞ্জিকা অনুসৰি আগবাঢ়িলে শুভফল লাভ কৰে বুলি জনবিশ্বাস আছে। সংশ্লিষ্ট হিন্দু কেলেণ্ডাৰত কোনোটো দিন শুভ হ'ব সেয়া উল্লেখ আছে।

যদি ২০২১ চনৰ ছেপ্তেম্বৰ মাহত সম্পত্তি অথবা নতুন গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা আছে. তেন্তে শুভ দিন আৰু সময় জানি লওকঃ

ছেপ্তেম্বৰ ৬- ভাদ মাহৰ কৃষ্ণপক্ষ চতুৰ্দশীৰ এই দিনটোত সম্পত্তি ক্ৰয় কৰাৰ বাবে শুভ সময় পুৱ ৭.৪০ৰ পৰা বিয়লি ৬.০১বজালৈকে।

ছেপ্তেম্বৰ ১১- শুক্লপক্ষৰ পঞ্চমী তিথিত যিকোনো সম্পত্তিৰ লেনদেনৰ বাবে শুভ সময় হ'ল পুৱা ১১.২৩ৰ পৰা বিয়লি ৬.০৩ বজালৈকে।

ছেপ্তেম্বৰ ১২- এইদিনটো হ'ল ভাদ মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথি। যদি এইদিনটোত সম্পত্তি ক্ৰয় কৰাৰ ইচ্ছা থাকে, তেন্তে শুভ মুহূৰ্ত হ'ল পুৱা ৬.০৪টাৰ পৰা বিয়লি ৫.২২বজালৈকে।

ছেপ্তেম্বৰ ১৫- শুক্লপক্ষৰ নৱমী তিথিত সম্পত্তি ক্ৰয় কৰাৰ আটাইতকৈ ভাল সময় হ'ল পুৱা ১১.১৯ বজাৰ পৰা বিয়লি ৪.৫৫ বজালৈকে।

২০ ছেপ্তেম্বৰ- এইদিনটো হ'ল ভাগ মাহৰ শুক্লপক্ষৰ পুৰ্ণিমা তিথি। সম্পত্তি বেচা-কিনাৰ বাবে অত্যন্ত ভাল সময় পুৱা ৬.০৮ বজাৰ পৰা বিয়লি ৪.০২ৰ মাজৰ সময় খিনি।
Published by:Himangshu Bhuyan
First published: