বহুলোকে হিন্দু বৈদক কেলেণ্ডাৰত উল্লেখিত শুভ মুহূৰ্ত চাই সম্পত্তি ক্ৰয় কৰে। পঞ্জিকা অনুসৰি আগবাঢ়িলে শুভফল লাভ কৰে বুলি জনবিশ্বাস আছে। সংশ্লিষ্ট হিন্দু কেলেণ্ডাৰত কোনোটো দিন শুভ হ'ব সেয়া উল্লেখ আছে।
যদি ২০২১ চনৰ ছেপ্তেম্বৰ মাহত সম্পত্তি অথবা নতুন গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা আছে. তেন্তে শুভ দিন আৰু সময় জানি লওকঃ ছেপ্তেম্বৰ ৬- ভাদ মাহৰ কৃষ্ণপক্ষ চতুৰ্দশীৰ এই দিনটোত সম্পত্তি ক্ৰয় কৰাৰ বাবে শুভ সময় পুৱ ৭.৪০ৰ পৰা বিয়লি ৬.০১বজালৈকে।