• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Petrol Price Today- পেট্ৰ'ল-ডিজেলৰ দামত লাগিছে জুই, আজি আকৌ বাঢ়িল দাম! আপোনাৰ চহৰত কিমান হ'ল জানক?

Petrol Price Today- পেট্ৰ'ল-ডিজেলৰ দামত লাগিছে জুই, আজি আকৌ বাঢ়িল দাম! আপোনাৰ চহৰত কিমান হ'ল জানক?

দাম বাঢ়িয়েই আছে পেট্ৰ'ল-ডিজেলৰ। সাধাৰণ লোকৰ সমস্যা বাঢ়ি গৈ আছে।

দাম বাঢ়িয়েই আছে পেট্ৰ'ল-ডিজেলৰ। সাধাৰণ লোকৰ সমস্যা বাঢ়ি গৈ আছে।

দাম বাঢ়িয়েই আছে পেট্ৰ'ল-ডিজেলৰ। সাধাৰণ লোকৰ সমস্যা বাঢ়ি গৈ আছে।

  • Share this:
সাধাৰণ জনতাৰ পকেটত ৰাহি হোৱা নাই ধন! একেহাৰে দাম বাঢ়ি আছে পেট্ৰ'ল-ডিজেলৰ। চৰকাৰী তেল কোম্পানীয়ে আজি একেৰাহে নৱম দিনৰ বাবে পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি কৰিলে। আজি দিল্লীত পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত ৩০ পইচা বৃদ্ধি পালে। সেইদৰে ডিজেলৰ দামত বৃদ্ধি পালে ৩৫ পইচা।

গুৱাহাটী মহানগৰীত আজিৰ দিনটোত ৫৪ পইচা বৃদ্ধিৰে প্ৰতিলিটাৰ ডিজেলৰ দাম হ'লগৈ ৯২.২৭ টকা। সেইদৰে ৫০ পইচা বৃদ্ধিৰে গুৱাহাটীত আজি চেঞ্চুৰী কোবালে পেট্ৰলে।

এইসমূহ ৰাজ্যতো ১০০ পাৰ কৰিলে পেট্ৰলৰ মূল্যইঃ

মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক, ওড়িশ্যা, জম্মু-কাশ্মীৰ আৰু উত্তৰ প্ৰদেশত পেট্ৰ'লৰ দামে ১০০ৰ ঘৰ স্পৰ্শ কৰিলে। মুম্বাইত সৰ্বাধিক পেট্ৰ'লৰ দাম। উল্লেখ্য যে, ৰাজ্যসমূহত পেট্ৰ'ল আৰু ডিজেলৰ দামত প্ৰাৰ্থক্য থকাৰ কাৰণ হৈছে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বেলেগ বেলেগ ধৰণে টেক্স লগায়।
Published by:Himangshu Bhuyan
First published: