• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Petrol Diesel Prices : ১০৫ ডলাৰ হ’লগৈ খাৰুৱা তেলৰ দাম, জানক আজি কিমান হ’ল পেট্ৰ’ল–ডিজেলৰ দাম?

Petrol Diesel Prices : ১০৫ ডলাৰ হ’লগৈ খাৰুৱা তেলৰ দাম, জানক আজি কিমান হ’ল পেট্ৰ’ল–ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম বিগত ২৪ ঘণ্টাত সামান্য বৃদ্ধি পাইছে, প্ৰায় ১০৫ ডলাৰ হৈছেগৈ। আজি পুৱা অপৰিশোধিত তেলৰ দাম ১০৪.৭ ডলাৰ প্ৰতি বেৰেল হৈছে।

  • Share this:
গ্ল’বেল মাৰ্কেটত অপৰিশোধিত তেলৰ দাম ধাৰাবাহিকভাৱে ১০০ ডলাৰৰ ওপৰত আছে। বুধবাৰে পুৱা দাম বাঢ়ি প্ৰায় ১০৫ ডলাৰ হৈছেগৈ। সেইবাবে চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ খুচুৰা দামৰ কোনো সালসলনি ঘটোৱা নাই।

চৰকাৰী তেল কোম্পানীসমূহে বুধবাৰে পুৱা জাৰি কৰা পেট্ৰ’ল–ডিজেলৰ খুচুৰা দামৰ তালিকাত কোনো সালসলনি ঘটোৱা নাই। দিল্লীত পেট্ৰ’ল এতিয়াও ৯৬.৭২ টকা প্ৰতিলিটাৰ হৈ আছে। খাৰুৱা তেলৰ দাম বিগত ২৪ ঘণ্টাত সামান্য বৃদ্ধি পাইছে, প্ৰায় ১০৫ ডলাৰ হৈছেগৈ। আজি পুৱা অপৰিশোধিত তেলৰ দাম ১০৪.৭ ডলাৰ প্ৰতি বেৰেল হৈছে।

চাৰিখন মহানগৰত পেট্ৰ’ল–ডিজেলৰ দাম

– দিল্লীত পেট্ৰ’ল–৯৬.৭২ টকা আৰু ডিজেল ৮৯.৬২ টকা প্ৰতিলিটাৰত

– মুম্বাইত পেট্ৰ’ল ১০৬.৩১ টকা আৰু ডিজেল ৯৪.২৭ টকা প্ৰতিলিটাৰত

– চেন্নাইত পেট্ৰ’ল ১০২.৬৩ টকা আৰু ডিজেল ৯৪.২৪ টকা প্ৰতিলিটাৰত

– কলকাতাত পেট্ৰ’ল ১০৬.০৩ টকা আৰু ডিজেল ৯২.৭৬ টকা।
Published by:Sanjay Kumar Das
First published: