• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Petrol Diesel Prices : পেট্ৰ’ল–ডিজেলৰ আজিৰ দাম জাৰি, আপোনাৰ চহৰত আজি কিমান দাম?

Petrol Diesel Prices : পেট্ৰ’ল–ডিজেলৰ আজিৰ দাম জাৰি, আপোনাৰ চহৰত আজি কিমান দাম?

তেল কোম্পানীসমূহে ৬ এপ্ৰিলত শেষবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছিল। তাৰ পিছত ইন্ধনৰ দাম বৃদ্ধি কৰা হোৱা নাই।

তেল কোম্পানীসমূহে ৬ এপ্ৰিলত শেষবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছিল। তাৰ পিছত ইন্ধনৰ দাম বৃদ্ধি কৰা হোৱা নাই।

তেল কোম্পানীসমূহে ৬ এপ্ৰিলত শেষবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছিল। তাৰ পিছত ইন্ধনৰ দাম বৃদ্ধি কৰা হোৱা নাই।

  • Share this:
গ্ল’বেল মাৰ্কেটত কেঁচা তেলৰ দাম পুনৰ এবাৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আৰু বিগত ২৪ ঘণ্টাত ব্ৰেণ্ড ক্ৰুডৰ দৰ প্ৰায় ১ ডলাৰ প্ৰতি বেৰেলত বৃদ্ধি পাইছে। মুম্বাইত পেট্ৰ’লৰ দাম এতিয়া ১০৬ টকা প্ৰতি লিটাৰৰ ওপৰত চলি আছে। চৰকাৰী তেল কোম্পানীসমূহে বৃহস্পতিবাৰে পুৱাও পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো সালসলনি ঘটোৱা নাই। আচলতে, তেল কোম্পানীসমূহে ৬ এপ্ৰিলত শেষবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছিল। তাৰ পিছত ইন্ধনৰ দাম বৃদ্ধি কৰা হোৱা নাই।

মুম্বাইত পেট্ৰ’ল ১০৬.৩১ টকা আৰু ডিজেল ৯৪.২৭ টকা প্ৰতি লিটাৰত বিক্ৰী হৈ আছে। কেঁচা তেলৰ দামৰ কথা ক’বলৈ গ’লে বিগত ২৪ ঘণ্টাত ব্ৰেণ্ট ক্ৰুডৰ দৰ এক ডলাৰ বৃদ্ধি হৈ ৯৭ ডলাৰ প্ৰতি বেৰেল হৈছে।

কেইখনমান মহানগৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম
– দিল্লীত পেট্ৰ’ল ৯৬.৭২ টকা আৰু ডিজেল ৮৯.৬২ টকা প্ৰতিলিটাৰ
– মু্বাইত পেট্ৰ’ল ১০৬.৩১ টকা আৰু ডিজেল ৯৪.২৭ টকা প্ৰতিলিটাৰ
– চেন্নাইত পেট্ৰ’৸ল ১০২.৬৩ টকা আৰু ডিজেল ৯৪.২৪ টকা
– কলকাতাত পেট্ৰ’ল ১০৬.০৩ টকা আৰু ডিজেল ৯২.৭৬ টকা
– গুৱাহাটীত পেট্ৰ’ল ৯৭.৫৬ টকা আৰু ডিজেল ৮৫.৪৫ টকা।
Published by:Sanjay Kumar Das
First published: