• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Petrol Diesel Prices : আজি পেট্ৰ’ল–ডিজেলৰ দাম কিমান আপোনাৰ চহৰত? গুৱাহাটীত কিমান দাম?

Petrol Diesel Prices : আজি পেট্ৰ’ল–ডিজেলৰ দাম কিমান আপোনাৰ চহৰত? গুৱাহাটীত কিমান দাম?

অপৰিশোধিত তেলৰ দৰ বিগত ২৪ ঘণ্টাত দুই ডলাৰ প্ৰতি বেৰেলত বৃদ্ধি পাইছে।

অপৰিশোধিত তেলৰ দৰ বিগত ২৪ ঘণ্টাত দুই ডলাৰ প্ৰতি বেৰেলত বৃদ্ধি পাইছে।

অপৰিশোধিত তেলৰ দৰ বিগত ২৪ ঘণ্টাত দুই ডলাৰ প্ৰতি বেৰেলত বৃদ্ধি পাইছে।

  • Share this:
গ্ল’বেল মাৰ্কেটত খাৰুৱা তেলৰ দামৰ উত্থান–পতনৰ মাজতে দিল্লীত পেট্ৰ’লৰ দাম ৯৬.৭২ টকালৈ হ্ৰাস পাইছে। অপৰিশোধিত তেলৰ দৰ বিগত ২৪ ঘণ্টাত দুই ডলাৰ প্ৰতি বেৰেলত বৃদ্ধি পাইছে।

চৰকাৰী তেল কোম্পানীসমূহে মঙলবাৰে পুৱা পেট্ৰ’ল–ডিজেলৰ নতুন দৰ জাৰি কৰিছে। আজিও ইন্ধনৰ মূল্যৰ কোনো সালসলনি ঘটোৱা নাই। মুম্বাইত পেট্ৰ’লৰ খুচুৰা দাম ১০৬.৩১ টকা প্ৰতি লিটাৰ। বিগত ২৪ ঘণ্টাত খাৰুৱা তেলৰ দাম ২ ডলাৰ প্ৰতি বেৰেলত হ্ৰাস পাই ৯৬.৪১ ডলাৰ হৈছে।

দেশৰ কেইখনমান চহৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম

– দিল্লীত পেট্ৰ’ল ৯৬.৭২ টকা আৰু ডিজেল ৮৯.৬২ টকা প্ৰতিলিটাৰ।

– মুম্বাইত পেট্ৰ’ল ১০৬.৩১ টকা আৰু ডিজেল ৯৪.২৭ টকা প্ৰতিলিটাৰ।

– চেন্নাইত পেট্ৰ’ল ১০২.৬৩ টকা আৰু ডিজেল ৯৪.২৪ টকা প্ৰতিলিটাৰ।

– কলকাতাত পেট্ৰ’ল ১০৬.০৩ টকা আৰু ডিজেল ৯২.৭৬ টকা প্ৰতিলিটাৰ।

– গুৱাহাটীত পেট্ৰ’ল ৯৭.০২ টকা আৰু ডিজেল ৮৪.৯৪ টকা প্ৰতিলিটাৰ।
Published by:Sanjay Kumar Das
First published: