உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Petrol Diesel Price Hike : চেঞ্চুৰীৰ দিশে পেট্ৰ’ল–ডিজেলৰ দাম, ৬ দিনত ৫বাৰ দাম বৃদ্ধি, কিমান বৃদ্ধি পালে আজি?

    Petrol Diesel Price Hike : চেঞ্চুৰীৰ দিশে পেট্ৰ’ল–ডিজেলৰ দাম, ৬ দিনত ৫বাৰ দাম বৃদ্ধি, কিমান বৃদ্ধি পালে আজি?

    পেট্ৰ'ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷

    পেট্ৰ'ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷

    পেট্ৰ'ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷

    • Share this:
    পুনৰ বাঢ়িল পেট্ৰ’ল আৰু ডিজেলৰ দাম। ৬ দিনত ৫বাৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। আজি গুৱাহাটীত পেট্ৰ’লত ৫৭ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৬০ পইচা। আজি মহানগৰীত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯৮ টকা ৬৭ পইচা। আনহাতে, ডিজেলৰ প্ৰতিলিটাৰত মূল্য ৮৪ টকা ৭৯ পইচা।





    Published by:Sanjay Kumar Das
    First published: