• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Petrol Diesel Prices: খাৰুৱা তেলৰ দাম পুনৰ ১০০ ডলাৰৰ তলত, জানক আজিৰ পেট্ৰ’ল–ডিজেলৰ মূল্য

Petrol Diesel Prices: খাৰুৱা তেলৰ দাম পুনৰ ১০০ ডলাৰৰ তলত, জানক আজিৰ পেট্ৰ’ল–ডিজেলৰ মূল্য

অন্তিমবাৰ পেট্ৰ’ল–ডিজেলৰ দাম ৬ এপ্ৰিলত সালসলনি হৈছিল। তাৰ পিছৰে পৰা এই দাম স্থিৰ হৈ আছে। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে আজি পুৱা পেট্ৰ’ল–ডিজেলৰ খুচুৰা দাম জাৰি কৰিছে।

  • Share this:

Petrol Diesel Prices: আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম পুুনৰ ১০০ ডলাৰৰ তললৈ নামিছে। অপৰিশোধিত তেলৰ দাম হ্ৰাস পোৱাৰ পিছত পেট্ৰ’ল–ডিজেলৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে যদিও আজিও পেট্ৰ’ল–ডিজেলৰ দামৰ সোনো সালসলনি ঘটা নাই। বৰ্তমান পেট্ৰ’ল–ডিজেলৰ দাম হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা দেখা যোৱা নাই।

উল্লেখযোগ্য যে অন্তিমবাৰ পেট্ৰ’ল–ডিজেলৰ দাম ৬ এপ্ৰিলত সালসলনি হৈছিল। তাৰ পিছৰে পৰা এই দাম স্থিৰ হৈ আছে। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে আজি পুৱা পেট্ৰ’ল–ডিজেলৰ খুচুৰা দাম জাৰি কৰিছে। আজিও পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো সালসলনি ঘটোৱা নাই। দিল্লীত পেট্ৰ’ল এতিয়াও ৯৬.৭২ টকা প্ৰতিলিটাৰত বিক্ৰী হৈ আছে।

কেইখনমান মহানগৰত পেট্ৰ’ল–ডিজেলৰ দাম

– দিল্লীত পেট্ৰ’ল ৯৬.৭২ টকা আৰু ডিজেল ৮৯.৬২ টকা প্ৰতিলিটাৰত

– মুম্বাইত পেট্ৰ’ল ১০৬.৩১ টকা আৰু ডিজেল ৯৪.২৭ টকা প্ৰতিলিটাৰত

– চেন্নাইত পেট্ৰ’ল ১০২.৬৩ টকা আৰু ডিজেল ৯৪.২৪ টকা প্ৰতিলিটাৰত

– কলকাতাত পেট্ৰ’ল ১০৬.০৩ টকা আৰু ডিজেল ৯২.৭৬ টকা প্ৰতিলিটাৰত।

Published by:Sanjay Kumar Das
First published: