• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Petrol-Diesel Price Today: আজি পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম, কোন চহৰত কিমান বাঢ়িল দাম?

Petrol-Diesel Price Today: আজি পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম, কোন চহৰত কিমান বাঢ়িল দাম?

১১ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অদিক্ৰম কৰিছে।

১১ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অদিক্ৰম কৰিছে।

১১ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অদিক্ৰম কৰিছে।

  • Share this:
Petrol-Diesel Price Today on 4 July 2021: আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল–ডিজেলৰ দাম। চৰকাৰী তেল কোম্পানীসমূহে ইন্ধনৰ মূল্য বৃদ্ধি কৰিছে। বৰ্তমান দেশত পেট্ৰ’ল–ডিজেলৰ দাম অভিলেখ স্তৰত উপনীত হৈছে। দেশৰ ৰাজধানী দিল্লীত ১ লিটাৰ পেট্ৰ’লৰ দাম ৯৯.৫১ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৯.৩৬ টকা। ১১ খন ৰাজ্যত পেট্ৰ’লৰ দাম ১০০ৰ ঘৰ অদিক্ৰম কৰিছে।

উল্লেখযোগ্য যে এই ১১খন ৰাজ্যৰ তালিকাত আছে ৰাজস্থান, বিহাৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, জম্মু আৰু কাশ্মীৰ, ওড়িশা, তামিলনাডু আৰু লাডাখ। দেশত পেট্ৰ’লৰ আটাইতকৈ অধিক দাম ৰাজস্থানৰ গংগানগৰত।

৪ জুলাইত কোন চহৰত পেট্ৰ’ল ডিজেলৰ দাম :

>> দিল্লী – পেট্ৰ’ল ৯৯.৫১ টকা আৰু ডিজেল ৮৯.৩৬ টকা প্ৰতিলিটাৰত।

>> মুম্বাই – পেট্ৰ’ল ১০৫.৫৮ টকা আৰু ডিজেল ৯৬.৯১ টকা প্ৰতিলিটাৰত।

>> চেন্নাই – পেট্ৰ’ল ১০০.৪৪ টকা আৰু ডিজেল ৯৩.৯১ টকা প্ৰতিলিটাৰত।

>> গুৱাহাটী – পেট্ৰ’ল ৯৫.৪১ টকা আৰু ডিজেল ৮৮.৮১ টকা প্ৰতিলিটাৰত।

>> কলকাতা – পেট্ৰ’ল ৯৯.৪৫ টকা আৰু ডিজেল ৯২.২৭ টকা প্ৰতিলিটাৰত।

>> জয়পুৰ – পেট্ৰ’ল ১০৬.২৭ টকা আৰু ডিজেল ৯৮.৪৭ টকা প্ৰতিলিটাৰত।

>> লক্ষ্ণৌ – পেট্ৰ’ল ৯৬.৬৫ টকা আৰু ডিজেল ৮৯.৭৫ টকা প্ৰতিলিটাৰত।

>> পাটনা – পেট্ৰ’ল ১০১.৬২ টকা আৰু ডিজেলত ৯৪.৭৬ টকা প্ৰতিলিটাৰত।

>> নয়দা – পেট্ৰ’ল ৯৬.৭৬ টকা আৰু ডিজেল ৮৯.৮৩ টকা প্ৰতিলিটাৰত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি