ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’ল–ডিজেলৰ মূল্য

শুকুৰবাৰে উত্থাপিত হোৱা বাজেটৰ নতুন নীতিৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পালে ইন্ধনৰ মূল্য

news18assam
Updated:July 6, 2019, 10:02 AM IST
ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’ল–ডিজেলৰ মূল্য
শুকুৰবাৰে উত্থাপিত হোৱা বাজেটৰ নতুন নীতিৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পালে ইন্ধনৰ মূল্য
news18assam
Updated: July 6, 2019, 10:02 AM IST
আৰম্ভ হ’ল নতুন বাজেটৰ পাৰ্শ্বক্ৰীয়া। ৰাজ্যত আকৌ বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। শুকুৰবাৰে উত্থাপিত হোৱা বাজেটৰ নতুন নীতিৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পালে ইন্ধনৰ মূল্য।শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পাইছে ২.৫৪ টকাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে ২.৪২ টকা। ফলত এতিয়া গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.১৮ টকা হোৱাৰ লগতে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৭২.৫৩ টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি