মাধমাৰ! ৩ টকাকৈ বৃদ্ধি পাব পেট্ৰ’ল–ডিজেলৰ মূল্য, চৰকাৰে বৃদ্ধি কৰিছে আবকাৰী শুল্ক

News18 Assam | News18-Assam
Updated:March 14, 2020, 10:23 AM IST
মাধমাৰ! ৩ টকাকৈ বৃদ্ধি পাব পেট্ৰ’ল–ডিজেলৰ মূল্য, চৰকাৰে বৃদ্ধি কৰিছে আবকাৰী শুল্ক
১৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা হ’ব কাৰ্যকৰী

১৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা হ’ব কাৰ্যকৰী

  • Share this:
সাধাৰণ জনতাৰ মূৰত মাধমাৰ! আকৌ বৃদ্ধি পাব পেট্ৰ’ল–ডিজেলৰ মূল্য। কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল–ডিজেলত আবকাৰী শুল্ক আৰু Road Cess বৃদ্ধি কৰাৰ জাননী জাৰি কৰিছে। ফলত সমগ্ৰ দেশতে পে’ট্ৰল–ডিজেলৰ মূল্য প্ৰতি লিটাৰত তিনি টকাকৈ বৃদ্ধি পাব।

Excise duty on petrol, diesel hiked by Rs 3 per litre each: Govt notification


— Press Trust of India (@PTI_News) March 14, 2020



কিয় লোৱা হৈছে এই সিদ্ধান্ত– বিশেষজ্ঞৰ মতে, ক্ৰমাৎ দুৰ্বল হৈ পৰা দেশৰ অৰ্থনীতি কিছু উত্তৰণ ঘটাবলৈকে হাতত লৈছে এই সিদ্ধান্ত। এই সিদ্ধান্তৰ ফলত চৰকাৰে কিছু অতিৰিক্ত ধনৰাশি লাভ কৰিব। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই চৰকাৰে এই সিদ্ধন্ত ল’ব পাৰিছে।
Published by: Himangshu Bhuyan
First published: March 14, 2020, 10:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি