তেল প্ৰতিষ্ঠানসমূহে শেষবাৰ ৬ এপ্ৰিলত পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিছিল। দেশৰ কেইবাখনো মহানগৰসহ চহৰত তেলৰ দাম স্থিৰ হৈ আছে।
তেল প্ৰতিষ্ঠানসমূহে শেষবাৰ ৬ এপ্ৰিলত পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিছিল। দেশৰ কেইবাখনো মহানগৰসহ চহৰত তেলৰ দাম স্থিৰ হৈ আছে।
চৰকাৰী তেল কোম্পানীসমূহৰ ফালৰ পৰা বৃহস্পতিবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম জাৰি কৰা হৈছে। বিশ্ব বজাৰত অপৰিশোধিত তেলৰ দাম কমি যোৱা সত্ত্বেও দেশৰ বজাৰত অপৰিৱৰ্তিত ৰখা হৈছে পেট্ৰ’ল–ডিজেলৰ দাম। বৰ্তমান মুম্বাইত ১২০ টকা প্ৰতিলিটাৰত বিক্ৰী হৈছে পেট্ৰ’ল।
তেল প্ৰতিষ্ঠানসমূহে শেষবাৰ ৬ এপ্ৰিলত পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিছিল। দেশৰ কেইবাখনো মহানগৰসহ চহৰত তেলৰ দাম স্থিৰ হৈ আছে। ডিলাৰসমূহে গ্ল’বেল মাৰ্কেটত অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ৯৮ ডলাৰৰ আশে–পাশে আছে। কিন্তু তেল প্ৰতিষ্ঠানসমূহে দেশৰ বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম হ্ৰাস কৰা নাই।
দিল্লী – পেট্ৰ’ল ১০৫.৪১ টকা, ডিজেল ৯৬.৬৭ টকা
মুম্বাই – পেট্ৰ’ল ১২০.৫১ টকা, ডিজেল ১০৪.৭৭ টকা
চেন্নাই – পেট্র’ল ১১০.৮৫ টকা, ডিজেল ১০০.৯৪ টকা
কলকাতা – পেট্ৰ’ল ১১৫.১২ টকা, ডিজেল ৯৯.৮৩ টকা
গুৱাহাটী – পেট্ৰ’ল ১০৫.৭২, ডিজেল ৯১.৪৬ টকা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|