உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Petrol Diesel Prices : দাম কমিল অপৰিশোধিত তেলৰ, চাওক আজি পেট্ৰ’ল–ডিজেলৰ দাম কিমান হ’ল

    Petrol Diesel Prices : দাম কমিল অপৰিশোধিত তেলৰ, চাওক আজি পেট্ৰ’ল–ডিজেলৰ দাম কিমান হ’ল

    তেল কোম্পানীসমূহে ইয়াৰ পূৰ্বে ৬ এপ্ৰিলত পেট্র’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিছিল। ইয়াৰ পিছত তেলৰ দাম অপৰিৱৰ্তিত হৈ আছে।

    • Share this:

    বিশ্ব বজাৰত অপৰিশোধিত তেলৰ দাম কমি থকাৰ মাজতে দেশৰ বজাৰত সোমবাৰে পেট্ৰ’ল আৰু ডিজেলৰ নতুন দাম জাৰি কৰা হৈছে। চৰকাৰী তেল কোম্পানীসমূহে আজিও ইন্ধনৰ দামত কোনো সালসলনি ঘটোৱা নাই। তেল কোম্পানীসমূহে ইয়াৰ পূৰ্বে ৬ এপ্ৰিলত পেট্র’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিছিল। ইয়াৰ পিছত তেলৰ দাম অপৰিৱৰ্তিত হৈ আছে।

    আজি পাঁচখন মহানগৰত পেট্ৰ’ল–ডিজেলৰ দাম

    দিল্লী – পেট্ৰ’ল ১০৫.৪১ টকা, ডিজেল ৯৬.৬৭ টকা প্ৰতিলিটাৰ

    মুম্বাই – পেট্ৰ’ল ১২০.৫১ টকা, ডিজেল ১০৪.৭৭ টৰা প্ৰতিলিটাৰ

    চেন্নাই – পেট্ৰ’ল ১১০.৮৫ টকা, ডিজেল ১০০.৯৪ টকা প্ৰতিলিটাৰ

    কলকাতা – পেট্ৰ’ল ১১৫.১২ টকা, ডিজেল ৯৯.৮৩ টকা প্ৰতিলিটাৰ

    গুৱাহাটী – পেট্ৰ’ল ১০৫.৮১ টকা, ডিজেল ৯১.৫৫ টকা প্ৰতিলিটাৰ

    Published by:Sanjay Kumar Das
    First published: