ই–কৰ্মাচ কোম্পানী Paytm–এ ব্যৱসায় বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কোম্পানী শীঘ্ৰে ঋণ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰস্তুত হৈছে।
ই–কৰ্মাচ কোম্পানী Paytm–এ ব্যৱসায় বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কোম্পানী শীঘ্ৰে ঋণ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰস্তুত হৈছে।
মোবাইল ৱালেট কোম্পানী Paytm–এ নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কোম্পানী শীঘ্ৰে ঋণ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰস্তুত হৈছে। এই চেষ্টত কোম্পানীৰ ফাউণ্ডাৰ বিজয় শেখৰ শৰ্মাই Clix Finance Indiaৰ অংশীদাৰিত্ব গ্ৰহণ কৰিছে। এই অংশীদাৰিত্বৰ আধাৰত MSME আৰু স্বনিৰ্ভৰশীলসকলক ঋণ প্ৰদান কৰা হ’ব।
Clix কি?
Clix ডিজিটেল লেণ্ডিং NBFC। ইয়াৰ সৈতে মিলি Paytm–এ এতিয়া গ্ৰাহক আৰু Paytm Merchantsক তৎকালীন ডিজিটেল ঋণ প্ৰদান কৰিব। Paytmৰ Focus মূখ্যভাৱে স্বনিৰ্ভৰশীল আৰু প্ৰথমবাৰ ঋণ লোৱা লোক যিসকলে বেংকৰ পৰা ঋণ লোৱাত অসুবিধাৰ সন্মুখীন হয়। Paytm–এ Clixৰ উপৰি টাটা কেপিটেল আৰু ইণ্ডিফাই (Indifi)ৰ সৈতে চুক্তিবদ্ধ হৈছে।
Financial Express অনুসৰি, Paytm–এ ক’ল যে তেওঁ নিজৰ গ্ৰাহক আৰু মাৰচেণ্টক Deferred payment বা পোষ্ট পেডৰ সুবিধা প্ৰদান কৰিব। Paytm আৰু Clix–এ আশা কৰিছে যে আগন্তুক কিছু মাহত তেওঁলোকে আৰু কেইটামান প্ৰডাক্ট মুকলি কৰিব। Paytm–এ ক’লে কোম্পানীক পোষ্টপেড আৰু Merchand Landing Productsৰ বাবে বহুত ভাল প্ৰতিক্ৰিয়া লাভ কৰিছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|