உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Tokyo Olympics, Badminton: পি ভি সিন্ধু ছেমি ফাইনেলত, পৰাস্ত কৰিলে জাপানৰ অকানে য়ামাগুচীক

    Tokyo Olympics, Badminton: পি ভি সিন্ধু ছেমি ফাইনেলত, পৰাস্ত কৰিলে জাপানৰ অকানে য়ামাগুচীক

    পি ভি সিন্ধুৱে ২০১৬ চনত ৰিঅ’ অলিম্পিকতো ৰূপৰ পদক অৰ্জন কৰিছিল। আৰু এখন খেলত জিকিলে পদক নিশ্চিত হ’ব।

    পি ভি সিন্ধুৱে ২০১৬ চনত ৰিঅ’ অলিম্পিকতো ৰূপৰ পদক অৰ্জন কৰিছিল। আৰু এখন খেলত জিকিলে পদক নিশ্চিত হ’ব।

    পি ভি সিন্ধুৱে ২০১৬ চনত ৰিঅ’ অলিম্পিকতো ৰূপৰ পদক অৰ্জন কৰিছিল। আৰু এখন খেলত জিকিলে পদক নিশ্চিত হ’ব।

    • Share this:


    মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু (PV Sindhu)–এ টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে অলিম্পিকৰ অন্তিম–৪ত স্থান লাভ কৰিলে। সিন্ধুৱে জাপানৰ অকানে য়ামাগুচীক ২১–১৩, ২২–২০ত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। পি ভি সিন্ধুৱে ২০১৬ চনত ৰিঅ’ অলিম্পিকতো ৰূপৰ পদক অৰ্জন কৰিছিল। আৰু এখন খেলত জিকিলে পদক নিশ্চিত হ’ব।

    ছেমি ফাইনেলত টাই জু য়িং বা ৰতনাচোক ইণ্টানোনৰ সৈতে শনিবাৰে মুখামুখি হ’ব সিন্ধু। টাইৱানৰ টাই জু আৰু থাইলেণ্ডৰ ইণ্টানোনৰ মাজত এই ইভেণ্টৰ চতুৰ্থ কোৱাৰ্টাৰ ফাইনেল হ’ব। এই মেচত বিজয়ী খেলুৱৈৰ সৈতে পি ভি সিন্ধুৰ যুঁজ হ’ব।

    Published by:Sanjay Kumar Das
    First published: