মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Indian Hockey Team|| ৪১ বছৰৰ পিছত ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় হকী দলে, Tokyo Olympics 2020-ৰ মঞ্চত চক দে ইণ্ডিয়া!

Indian Hockey Team|| ৪১ বছৰৰ পিছত ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় হকী দলে, Tokyo Olympics 2020-ৰ মঞ্চত চক দে ইণ্ডিয়া!

News18 Assam | News18-Assam
Updated:August 1, 2021, 7:33 PM IST
Indian Hockey Team|| ৪১ বছৰৰ পিছত ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় হকী দলে, Tokyo Olympics 2020-ৰ মঞ্চত চক দে ইণ্ডিয়া!
ভাৰতীয় পুৰুষ হকী দলে অনবদ্য প্ৰদৰ্শনেৰে ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে গ্ৰেট ব্ৰিটেইনক।

ভাৰতীয় পুৰুষ হকী দলে অনবদ্য প্ৰদৰ্শনেৰে ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে গ্ৰেট ব্ৰিটেইনক।

  • Share this:
টকিঅ' অলিম্পিকত ভাৰতীয় হকী দলে অব্যাহত ৰাখিছে নিজৰ চমকপ্ৰদ প্ৰদৰ্শন। দেওবাৰে বিয়লি গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ৩-১ গ'লৰ ব্যৱধানত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। খেলৰ প্ৰথমাৰ্ধত দিলপ্ৰীত আৰু গুৰজণ্টৰ ষ্টিকত যাদুৰে ব্ৰিটেইনক দুটা গ'ল দিবলৈ সক্ষম হয়।



কিন্তু থাৰ্ড কোৱাৰ্টাৰৰ একেবাৰে শেষত পেনাল্টী কৰ্ণাৰৰ জৰিয়তে এটা গ'ল পৰিশোধ কৰে ব্ৰিটেইনে। কিন্তু খেলৰ ৫৭ মিনিটত ভাৰতৰ হৈ হাৰ্দিক সিঙে আন এটা গল দিবলৈ সক্ষম হয়।




গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰি ৪১ বছৰৰ পিছত অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দল। এতিয়া সকলোৰে আশা- সোণৰ পদক জয় কৰি দেশলৈ উভতি আহক ভাৰতীয় হকীৰ দল।
Published by: Himangshu Bhuyan
First published: August 1, 2021, 7:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি