মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Optical Illusion: দৃষ্টি বিভ্ৰমকাৰী এই ছবিখনত আছে কেইবাটাও সংখ্যা, এটাও বিচাৰি উলিয়াব পাৰিবনে?

Optical Illusion: দৃষ্টি বিভ্ৰমকাৰী এই ছবিখনত আছে কেইবাটাও সংখ্যা, এটাও বিচাৰি উলিয়াব পাৰিবনে?

নীলা–বগা–ক’লা–ৰঙা–ধূসৰ ৰঙৰ মাজত আছে ইংৰাজীত লিখা একাধিক সংখ্যা। কিন্তু এই সংখ্যা বিচাৰি উলিয়াবলৈ খুব কঠিন!

  • Share this:

ছচিয়েল মিডিয়াত কেতবোৰ দৃষ্টি বিভ্ৰমকাৰী ছবি জনপ্ৰিয় হৈ পৰিছে। এক খেলৰ দৰেই বহুতে এনে দৃষ্টি বিভ্ৰমকাৰী ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। সম্প্ৰতি এনে এখন ছবি ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। কাৰণ কোৱা হৈছে, এই ছবিখনত আছে একাধিক সংখ্যা। কিন্তু প্ৰথম দৃষ্টিত সংখ্যাটো দূৰৰে কথা, কেৱল ৰঙৰ সমাহাৰহে দেখা গৈছে। আৰু এই ৰংবোৰৰ মাজত সংখ্যা বিচাৰি নামি পৰিছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী।

নীলা–বগা–ক’লা–ৰঙা–ধূসৰ ৰঙৰ মাজত আছে ইংৰাজীত লিখা একাধিক সংখ্যা। কিন্তু এই সংখ্যা বিচাৰি উলিয়াবলৈ খুব কঠিন! সেয়ে ছচিয়েল মিডিয়াত ইজনে আনজনক দিছে চেলেঞ্জ। বিচাৰি উলিয়াবলৈ কোৱা হৈছে ইয়াৰ মাজত লুকাই থকা সংখ্যা।

ছবিখন ভালকৈ চালে একেবাৰে সোঁফালে তলৰ ফালে দেখা যায় ইংৰাজীত লিখা সেই সংখ্যাকেইটা। ইয়াত লিখা আছে 16309। একেলগে আছে এই সংখ্যাকেইটা। ভালকৈ চাওক আপুনিও বিচাৰি পাব।

শেহতীয়া বাতৰি