ছচিয়েল মিডিয়াত সময়ে সময়ে কিছুমান ফটো ভাইৰেল হৈ থাকে। আৰু এই ফটোত থাকে এটা বিশেষ চেলেঞ্জ। আপুনি তাৰ সমাধান বিচাৰিব লাগে। নিৰ্দিষ্ট সময়ত যদি আপুনি সেয়া বিচাৰি উলিয়াব পাৰে তেন্তে আপুনি তীক্ষ্ণ বুদ্ধিৰ লোক হিচাপে নিজকে ধৰি ল’ব পাৰে।
বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ফটো। এই ফটোখনত লুকাই আছে এটা মেকুৰী। আৰু এই মেকুৰীটো আপুনি ১০ ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াব লাগে। হৰ্ষ গোৱেংকাই টুইটাৰত শ্বেয়াৰ কৰিছে এই ফটোখন।
এনে ধৰণৰ অপ্টিকেল ইলুজনবোৰে কেতিয়াবা বিমোৰত পেলায়। একপ্ৰকাৰ ইয়াত বিচাৰি উলিয়াবলৈ দিয়া বস্তুটো বিচাৰি উলিওৱাটো একপ্ৰকাৰ অসম্ভৱ যেন লাগে। কিন্তু ভালদৰে লক্ষ্য কৰিলে সেয়া তেনেই সাধাৰণ যেন লাগে।
এই ফটোখনতো আপুনি ভালকৈ লক্ষ্য কৰিলে সহজতে দেখা পাব মেকুৰীটো। কিন্তু একাংশ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ইয়াক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। এতিয়া আপোনাৰ পাল। ১০ ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওক মেকুৰীটো।
যদি আপুনি এতিয়াও মেকুৰীটো বিচাৰি উলিয়াব পৰা নাই, তেন্তে চাওক ক’ত আছে মেকুৰীটো। আমি আপোনাক ইয়াক বিচাৰি উলিওৱাত সহায় কৰিছো।
![]()
এনেধৰণৰ অপ্টিকেল ইলুজনবোৰে আপোনাৰ মানসিক উৎকৰ্ষ সাধনত যথেষ্ট অৰিহণা যোগায়। লগতে ই আপোনাৰ মনোযোগ বৃদ্ধি কৰাতো সহায়ক হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|