মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Optical Illusion : গছবোৰৰ মাজত অদৃশ্য হৈ আছে এটা জিৰাফ, ৭ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিবনে?

Optical Illusion : গছবোৰৰ মাজত অদৃশ্য হৈ আছে এটা জিৰাফ, ৭ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিবনে?

প্ৰথমে সেউজীয়া গছৰ মাজত জিৰাফটো বিচাৰি উলিওৱাতো একপ্ৰকাৰ কঠিন যেন লাগিব। কিন্তু ভালকৈ লক্ষ্য কৰিলে আপুনি ইয়াক সহজতে বিচাৰি উলবিয়াব পাৰিব।

  • Share this:
অপ্টিকেল ইলুজন একধৰণৰ মনোৰঞ্জন। ই আপোনাৰ বুদ্ধিদীপ্ততাৰ পৰীক্ষা কৰাত সহায়ক হয়। ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ এনেধৰণৰ অপ্টিকেল ইলুজন বা ভ্ৰম ভাইৰেল হৈ থাকে। যিয়ে ব্যৱহাৰকাৰীসকলক দিয়ে চিন্তাৰ খোৰাক। শেহতীয়াকৈ এখন ফটো ভাইৰেল হৈছে ইণ্টাৰনেটত।

এই ফটোখনত সেউজীয়া জাৰণি আৰু গছৰ মাজত এক সূৰ্যাস্তৰ দৃশ্য দেখা গৈছে। কিন্তু এই ফটোখনত আছে এটা জিৰাফ। যিটো কিছু পৰিমাণে অদৃশ্য হৈ আছে। এতিয়া আপুনি এই জিৰাফটো ৭ ছেকেণ্ডত বিচাৰি উলিয়াব লাগে।

প্ৰথমে সেউজীয়া গছৰ মাজত জিৰাফটো বিচাৰি উলিওৱাতো একপ্ৰকাৰ কঠিন যেন লাগিব। কিন্তু ভালকৈ লক্ষ্য কৰিলে আপুনি ইয়াক সহজতে বিচাৰি উলবিয়াব পাৰিব।

যিসকলে নিৰ্ধাৰিত সময়ত জিৰাফটো বিচাৰি উলিয়াব পাৰিব তেওঁলোকে নিজকে প্ৰতিভাশালী হিচাপে বিবেচনা কৰিব পাৰে। কিন্তু যিসকলে নোৱাৰে তেওঁলোকৰ বাবে কিছু টিপছ উল্লেখ কৰা হৈছে।

চাওক ক’ত আছে জিৰাফটো

জিৰাফটো গছৰ ঠিক মাজতে দেখা গৈছে। জিৰাফটো এবাৰ দেখাৰ পিছত আপুনি ভাবিব যে ইয়াক বিচাৰি উলিওৱাটো ইমান জটিল নাছিল। গছবোৰৰ মাজত থকা বাবে কিছু জটিল যেন দেখা যায়। কিয়নো জন্তুটো দূৰৈত আছে আৰু দীঘল ডিঙিৰ বাবে প্ৰথম দৃষ্টিক ইয়াক আন এজোপা গছ যেনেই লাগে। কিন্তু সুক্ষ্মভাৱে লক্ষ্য কৰিলে সহজতে ইয়াক ধৰিব পৰা যায়। নিৰ্ধাৰণ কৰি দিয়া ৭ ছেকেণ্ডেই ইয়াক বিচাৰি উলিওৱাৰ বাবে যথেষ্ট।

শেহতীয়া বাতৰি