• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Optical Illusion : এই ফটোখনত আছে এটা মেকুৰী, ৭ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিবনে আপুনি?

Optical Illusion : এই ফটোখনত আছে এটা মেকুৰী, ৭ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিবনে আপুনি?

তলত দিয়া ফটোখন ভালদৰে মন কৰক। ফটোখনত লুকাই থকা মেকুৰীটো বিচাৰি উলিয়াব পাৰিবনে? ৭ ছেকেণ্ডত আপুনি মেকুৰীটো বিচাৰি উলিয়াব লাগে।

  • Share this:
অপ্টিকেল ইলুজনে আপোনাৰ মস্তিষ্কৰ সৈতে আপোনাৰ ইন্দ্ৰিয়বোৰৰ সৈতে সমন্বয় স্থাপন কৰাৰ এক উত্তম পদ্ধতি। ই আপোনাক এক মানসিক কচৰৎ দিয়া আৰু আপোনাৰ মগজুক সক্ৰিয় কৰাৰ এক প্ৰভাৱশালী উপায়। সময়ে সময়ে ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ অপ্টিকেল ইলুজন ভাইৰেল হৈ থাকে। শেহতীয়াকৈ এখন ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এই ফটোখনত লুকাই থকা মেকুৰীটো বিচাৰি অপ্টিকেল ইলুজনৰ সৈতে আপোনাৰ মগজুৰ পৰীক্ষা কৰক, কিয়নো ৭ ছেকেণ্ডত মেকুৰীটো বিচাৰি পোৱাসকলক কোৱা হ’ব ‘জিনিয়াছ’।

তলত দিয়া ফটোখন ভালদৰে মন কৰক। ফটোখনত লুকাই থকা মেকুৰীটো বিচাৰি উলিয়াব পাৰিবনে? ৭ ছেকেণ্ডত আপুনি মেকুৰীটো বিচাৰি উলিয়াব লাগে। যদি আপুনি মেকুৰীটো বিচাৰি পাইছে তেন্তে ধন্যবাদ। যিসকলে বিচাৰি পোৱা নাই, তেওঁলোকে চিন্তা নকৰিব, আপুনিয়ে অকল নহয়। অপ্টিকেল ইলুজন ইমান সহজ নহয়।

ফটোখন ভালদৰে চাওক, মেকুৰীটো নিশ্চয় বিচাৰি পাব। আপুনি আপোনাক এটা সংকেত দিছো। আপুনি ফটোখনৰ সেই স্থানত লক্ষ্য কৰক য’ত শিল জমা হৈ আচে। এতিয়া দেখিছেনে? এতিয়া চাগে বিচাৰি পাইছে।

মেকুৰীটো সম্পূৰ্ণৰূপে বেকগ্ৰাউণ্ডৰ সৈতে বিলীন হৈ আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি