সুবিধাজনক হ’ব অনলাইন শ্বপিং! মোদী চৰকাৰৰ নতুন নিয়ম

এতিয়াৰে পৰা গ্ৰাহকৰ বাবে সহজ হৈ পৰিব অনলাইন শ্বপিং। উপভোক্তাৰ মন্ত্ৰণালয় কাৰ্যালয়ে ই–কৰ্মাচ কোম্পানীসমূহৰ বাবে শীঘ্ৰেই বিনিময়, ৰিফাণ্ড, ৰিটাৰ্ণৰ গাইডলাইন জাৰি কৰিব।

news18assam
Updated:June 4, 2019, 5:03 PM IST
সুবিধাজনক হ’ব অনলাইন শ্বপিং! মোদী চৰকাৰৰ নতুন নিয়ম
এতিয়াৰে পৰা গ্ৰাহকৰ বাবে সহজ হৈ পৰিব অনলাইন শ্বপিং। উপভোক্তাৰ মন্ত্ৰণালয় কাৰ্যালয়ে ই–কৰ্মাচ কোম্পানীসমূহৰ বাবে শীঘ্ৰেই বিনিময়, ৰিফাণ্ড, ৰিটাৰ্ণৰ গাইডলাইন জাৰি কৰিব।
news18assam
Updated: June 4, 2019, 5:03 PM IST
এতিয়াৰে পৰা গ্ৰাহকৰ বাবে সহজ হৈ পৰিব অনলাইন শ্বপিং। উপভোক্তাৰ মন্ত্ৰণালয় কাৰ্যালয়ে ই–কৰ্মাচ কোম্পানীসমূহৰ বাবে শীঘ্ৰেই বিনিময়, ৰিফাণ্ড, ৰিটাৰ্ণৰ গাইডলাইন জাৰি কৰিব। ইয়াৰ লগতে কনজিউমাৰ ফৰাম মডিউলেচনো(Consumer Forum Modulation) কৰা হ’ব। উপভোক্তাৰ মন্ত্ৰণালয় কাৰ্যালয়ৰ ১০০ দিনৰ এজেণ্ডা কি? এই সন্দৰ্ভত উপভোক্তা কাৰ্যালয়ৰ সচিব অবিনাশ শ্ৰীবাস্তৱে CNBC আবাজৰ সংবাদদাতা অসীম মনসন্দাৰ এক বিশেষ আলোচনা কৰিছে।

জানো আহক ১০০ দিনৰ এজেণ্ডাৰ বিষয়ে...

>> উপভোক্তাৰ মন্ত্ৰণালয় কাৰ্যালয়ে ১০০ দিনৰ এজেণ্ডা প্ৰস্তুত কৰি উলিয়াইছে

>> প্ৰতিটো কনজিউমাৰ ফৰামৰ আধুনিকীকৰণ কৰা হ’ব
>> প্ৰতিটো স্থানৰে পুৰণি কম্পিউটাৰ সলনি কৰা হ’ব
>> দাইলৰ মূল্য নিয়ন্ত্ৰণৰ বাবে বাফাৰ ষ্টক প্ৰস্তুত কৰা হ’ব



>> ১৬ লাখ টনৰ বাফাৰ ষ্টক তৈয়াৰ কৰা হ’ব
>> অনলাইন শ্বপিঙৰ বাবে নতুন গাইডলাইন হ’ব
>> ৰিটাৰ্ণ, এক্সচেঞ্জ, ৰিফাণ্ড স্পষ্টভাৱে প্ৰকাশ কৰা হ’ব
>> উপভোক্তাৰ মন্ত্ৰণালয় কাৰ্যালয়ে গাইডলাইন জাৰি কৰিব
>> গ্ৰাহকক ই–কৰ্মাচ কোম্পানীৰ কেলেংকাৰীৰ পৰা গাইডলাইনে ৰক্ষা কৰিব
>> বিভাগৰ ১০০ দিনৰ ভিতৰত গাইডলাইন জাৰি কৰাৰ লক্ষ্য
আৰু চাওক পৰৱৰ্তী বাতৰি