உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Viral Video: বৰমালাৰ পূৰ্বে দৰা–কইনাৰ প্ৰচণ্ড মাৰপিট, কইনাৰ কাণত দৰাৰ কাণতলীয়া চৰ

    Viral Video: বৰমালাৰ পূৰ্বে দৰা–কইনাৰ প্ৰচণ্ড মাৰপিট, কইনাৰ কাণত দৰাৰ কাণতলীয়া চৰ

    খঙে চুলিৰ আগ পালেগৈ দৰাৰ। খঙতে কইনাৰ গালত শোধালে প্ৰচণ্ড চৰ। সেই সময়ত বৰমালা দিয়া আৰু নহ’ল।

    খঙে চুলিৰ আগ পালেগৈ দৰাৰ। খঙতে কইনাৰ গালত শোধালে প্ৰচণ্ড চৰ। সেই সময়ত বৰমালা দিয়া আৰু নহ’ল।

    খঙে চুলিৰ আগ পালেগৈ দৰাৰ। খঙতে কইনাৰ গালত শোধালে প্ৰচণ্ড চৰ। সেই সময়ত বৰমালা দিয়া আৰু নহ’ল।

    • Share this:
    ছচিয়েল মিডিয়াত প্ৰতিদিনে বহু ভিডিঅ’ ভাইৰেল হয়। তাৰ মাজত কিছুমান ভিডিঅ’ই আমাৰ মন চুই যায়। কিছুমান ভিডিঅ’ই আকৌ আমনি দিয়ে, কিছুমান ভিডিঅ’ চাই আচৰিত নহৈ নোৱাৰি। এনেধৰণৰে এক ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’ত বিবাহস্থলীতে দৰা–কইনাৰ মাজত প্ৰচণ্ড মাৰপিট হোৱা দেখা গৈছে।

    ভিডিঅ’ত দেখা গৈছে যে মালাবৰণ কৰিবলৈ সাজু আছিল বিবাহ মণ্ডপত। তেতিয়াই মিঠাই খুৱাই দিয়াৰ এক ৰীতি হৈ আছিল। দৰাই কইনাক মিঠাই খুৱাই দিব বিচাৰে যদিও কইনাই সেই মিঠাই খাবলৈ অস্বীকাৰ কৰে। দৰাই কিছু অপেক্ষা কৰি দেখিলে যে কইনাই মিঠাই খাবলৈ গৈ বিভিন্ন অজুহাত দেখুৱাইছে।

    দৰাই খঙত কইনাৰ গালৈ মাৰি পঠিয়ায় সেই মিঠাই। কইনায়ো ওলোটাই দৰাৰ গালৈ মাৰিলে ঠালত থকা আন এটা মিঠাই। তাৰ পিছতে খঙে চুলিৰ আগ পালেগৈ দৰাৰ। খঙতে কইনাৰ গালত শোধালে প্ৰচণ্ড চৰ। সেই সময়ত বৰমালা দিয়া আৰু নহ’ল।



    সৰু এটা বিষয়ক লৈ ইমান ডাঙৰ কাণ্ড হ’ব বুলি কোনেও ভবা নাছিল। ছচিয়েল মিডিয়াত Ramsubhag Yadav নামৰ একাউণ্টত এই ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।
    Published by:Sanjay Kumar Das
    First published: