Tokyo Paralympics: ভাৰতীয় শ্বুটাৰ সিংহৰাজ আধানাই মেনছ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ ইভেণ্টত ব্ৰঞ্জৰ পদক জিকিছে। তেওঁ মঙলবাৰে ফাইনেলত ২১৬.৮ স্ক'ৰ কৰিছে।
Tokyo Paralympics: ভাৰতীয় শ্বুটাৰ সিংহৰাজ আধানাই মেনছ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ ইভেণ্টত ব্ৰঞ্জৰ পদক জিকিছে। তেওঁ মঙলবাৰে ফাইনেলত ২১৬.৮ স্ক'ৰ কৰিছে। শ্বুটিংত এইটো ভাৰতৰ দ্বিতীয় পদক। ইয়াৰ পূৰ্বে, অৱনী লেখৰাই মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল এছএইচ1 ইভেণ্টত ভাৰতৰ হৈ সোণৰ পদক জিকিছিল। ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ ইভেণ্টৰ বাবে অৰ্হতা শীৰ্ষস্থান দখল কৰা আন এজন ভাৰতীয় শ্বুটাৰ মনীষ নাৰৱালক ফাইনেলৰ আৰম্ভণি পৰ্যায়ৰ পৰা বাহিৰ কৰা হয়।
আধনাৰ ব্ৰঞ্জ পদকৰ সৈতে এইটো খেলত ভাৰতৰ অষ্টম পদক। অৱনীৰ উপৰিও, সুমিতে মেনছ জেভেলিনত ভাৰতক সোণৰ পদক উপহাৰ দিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|