• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Numerology 7 April : সংখ্যাতত্ত্ব অনুসৰি ৭ এপ্ৰিলৰ ৰাশিফল, এই ৰং আৰু সংখ্যা আপোনাৰ বাবে শুভ

Numerology 7 April : সংখ্যাতত্ত্ব অনুসৰি ৭ এপ্ৰিলৰ ৰাশিফল, এই ৰং আৰু সংখ্যা আপোনাৰ বাবে শুভ

সংখ্যাতত্বত ১ এপ্রিল

সংখ্যাতত্বত ১ এপ্রিল

যদি আপোনাৰ জন্ম ৭, ১৬, ২৫ তাৰিখে হয় আৱেগিক সম্পৰ্কৰ ওপৰত বিশ্বাস বৃদ্ধি কৰাৰ সৰ্বশ্ৰেষ্ঠ দিন।

  • Share this:
ভাৰতীয় জ্যোতিষৰ এটা অংশ সংখ্যাতত্ত্ব বা Numerology। গতিকে ভাগ্যও সংখ্যাতত্ত্বৰ আধাৰত নিৰ্ধাৰণ কৰা হয়।  সংখ্যাতত্ত্ব অনুসৰি আপোনাৰ ভাগ্য চাওক!

#Number 1

(যদি আপুনি ১, ১০, ১৯, ২৮ তাৰিখে জন্ম গ্ৰহণ কৰিছে): আপুনি আজি ব্যৱসায় বা সম্পৰ্কত বিশ্বাসঘাতকতা আৰু প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে, সাৱধানে থকা দৰকাৰ। আধ্যাত্মিক দিশত মনোযোগ দিয়ক।
শুভ ৰং - হালধীয়া
শুভ দিন – দেওবাৰ
শুভ সংখ্যা –  ৩
দান :  সূৰ্য মন্দিৰত শস্য দান কৰক।

#Number 2

(যদি আপোনাৰ জন্ম ২, ১১, ২০, ২৯ তাৰিখে হয়) : দিনটো আপোনাৰ ইচ্ছা অনুসৰি অতিবাহিত হ'ব। আপুনি যি কৰে সেয়া আপোনাৰ পক্ষত ঘূৰিব। কিন্তু ন্যায়ৰ পক্ষত থকাটো জৰুৰী।
শুভ ৰং - ৰঙা
শুভ দিন – সোমবাৰ
শুভ সংখ্যা –২
দান :  অনাথক ভাত দান কৰক

#Number 3

(যদি আপোনাৰ জন্ম ৩, ১২, ২১, ৩০ তাৰিখে হয়): আজি যথেষ্ট সমৃদ্ধিৰ দিন। বিলাসিতা উপভোগ কৰাৰ দিন। আপোনাৰ জ্ঞান আৰু দক্ষতাৰ ফল পাব।
শুভ ৰং : কমলা
শুভ দিন – বৃহস্পতিবাৰ
শুভ সংখ্যা – ৯
দান: মন্দিৰত চন্দন দান কৰক

#Number 4

(যদি আপোনাৰ জন্ম ৪, ১৩, ২২, ৩১ তাৰিখে হয়): আপোনাৰ সমস্যাবোৰত সমৰ্থন আনিবলৈ এজন বন্ধু পাব। চুবুৰীয়াই সহায় কৰিব।
শুভ ৰং - কমলা
শুভ দিন – মঙলবাৰ
শুভ সংখ্যা – ৯
দানঃ  পশুক ঘাঁহ দান কৰক।

#Number 5

(যদি আপোনাৰ জন্ম ৫, ১৪, ২৩ তাৰিখে হয়): সফলতা আৰু সুখ দুয়োটাই আজি সংগ দিব। অলস নহ'ব আৰু দিনটোৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব। আজি পৰিকল্পনা কৰাৰ দিন।
শুভ ৰং - সাগৰীয় সেউজীয়া
শুভ দিন – বুধবাৰ
শুভ সংখ্যা – ৫
দান : শিশুক গছপুলি দান কৰক।

#Number 6

(যদি আপোনাৰ জন্ম ৬, ১৫, ২৪ তাৰিখে হয়): আপুনি আপোনাৰ যত্নশীল মনোভাবৰ দ্বাৰা আজি যিকোনো প্ৰাপ্ত কৰিব পাৰে। আপুনি আপোনাৰ চুম্বকীয় ব্যক্তিত্বৰ দ্বাৰা আনৰ হৃদয় জয় কৰিব।
শুভ ৰং -  টীল
শুভ দিন – শুকুৰবাৰ
শুভ সংখ্যা – ৯
দান : দুখীয়াক  খাদ্য আৰু কাপোৰ দান কৰক।

#Number 7

(যদি আপোনাৰ জন্ম ৭, ১৬, ২৫ তাৰিখে হয়) : আৱেগিক সম্পৰ্কৰ ওপৰত বিশ্বাস বৃদ্ধি কৰাৰ সৰ্বশ্ৰেষ্ঠ দিন। এটা ব্যৱসায়িক সম্পৰ্কও গঢ়ি উঠিব, কিয়নো চাৰিওফালৰ লোকসকল আপোনাৰ প্ৰতি সম্পূৰ্ণ অনুগত হৈ আছে। সকলো লেনদেনৰ বাবে শুভ দিন।
শুভ ৰং - হালধীয়া
শুভ দিন – সোমবাৰ
শুভ সংখ্যা – ৭
দান :  হালধীয়া চাউল দান কৰক।

#Number 8

(যদি আপোনাৰ জন্ম ৮, ১৭, ২৬ তাৰিখে হয়): ব্যৱসায়ৰ বৃদ্ধি পাব। ব্যক্তিগত সম্পৰ্কত বিশ্বাস নকৰিব। মন্দিৰত ভগৱান শিৱৰ ৰীতি-নীতি পালন কৰক।
শুভ ৰং - নীলা
শুভ দিন – শুকুৰবাৰ
শুভ সংখ্যা – ৬
দান: আশ্ৰমত সেউজীয়া শাক-পাচলি দান কৰক

#Number 9

(যদি আপোনাৰ জন্ম ৯, ১৮, ২৭ তাৰিখে হয়): আপোনাৰ সমকক্ষসকলে চাপ সৃষ্টি কৰিব পাৰে। যোগাযোগৰ জৰিয়তে উপায় উলিয়াব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক।
শুভ ৰং - কমলা

শুভ দিন – মঙলবাৰ
শুভ সংখ্যা – ৩
দান: আশ্ৰমত টেঙা ফল দান কৰক
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি