• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Numerology Horoscope 6 May: ''আজি আপুনি শক্তি, বিলাসিতা আৰু সুখ উপভোগ কৰিব'' সংখ্যাতত্ত্ব মতে আপোনাৰ ৬ মে'ৰ দিনটো

Numerology Horoscope 6 May: ''আজি আপুনি শক্তি, বিলাসিতা আৰু সুখ উপভোগ কৰিব'' সংখ্যাতত্ত্ব মতে আপোনাৰ ৬ মে'ৰ দিনটো

যদি আপোনাৰ জন্ম ৬, ১৫, ২৪ তাৰিখে হয়, আজি আপুনি শক্তি, বিলাসিতা আৰু সুখ উপভোগ কৰিব।

যদি আপোনাৰ জন্ম ৬, ১৫, ২৪ তাৰিখে হয়, আজি আপুনি শক্তি, বিলাসিতা আৰু সুখ উপভোগ কৰিব।

যদি আপোনাৰ জন্ম ৬, ১৫, ২৪ তাৰিখে হয়, আজি আপুনি শক্তি, বিলাসিতা আৰু সুখ উপভোগ কৰিব।

  • Share this:
ভাৰতীয় জ্যোতিষ মতে, সংখ্যাতত্ত্বমূলক (Numerology Suggestions) পৰামৰ্শৰ আধাৰত ভাগ্যও নিৰ্ণয় কৰা হয়। সাধাৰণতে, জন্ম তাৰিখ অনুসৰি, সংখ্যাতত্ত্বৰ ক্ষেত্ৰত ভাগ্য গণনা কৰা হয়। উদাহৰণ স্বৰূপে, ধৰি লওঁ যে কাৰোবাৰ জন্ম তাৰিখ হৈছে ১১। এই ক্ষেত্ৰত, তেওঁৰ জন্ম সংখ্যা হ'ব ১ + ১ = ২। ফলস্বৰূপে, তেওঁ সংখ্যাতত্ত্বমূলক পৰামৰ্শ #২-ৰ গণনা চাব লাগিব। অৰ্থাৎ, নিজৰ জন্ম তাৰিখৰ যোগফল গণনা কৰি সংখ্যাতত্ত্বগত পৰামৰ্শ গণনা কৰা হয়। এতিয়া সংখ্যাতত্ত্ব অনুসৰি, আজিৰ জন্মদিনৰ বাবে কি আছে চাওঁ আহক!

#Number 1

(যদি আপুনি ১, ১০, ১৯, ২৮ তাৰিখে জন্ম গ্ৰহণ কৰিছে): আজি আপোনাৰ মন মুকলি কৰক আৰু নতুন সুযোগ লওক। আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে যি আইনী বিষয়ত সহায় কৰিব।

শুভ ৰং:  নীলা আৰু হালধীয়া

ভাগ্যৱান দিন দেওবাৰ

ভাগ্যৱান সংখ্যা  ৯

দান: আশ্ৰমলৈ হালধীয়া ফল দান কৰক

#Number 2

(যদি আপোনাৰ জন্ম ২, ১১, ২০, ২৯ তাৰিখে হয়) :

এটা নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ বা নতুন প্ৰকল্প এটাত হাত দিয়াৰ বাবে এইটো এটা অতি শুভ দিন।

শুভ ৰং: আকাশী নীলা

ভাগ্যৱান দিন সোমবাৰ

ভাগ্যৱান সংখ্যা ২ আৰু ৬

দান: দৰিদ্ৰ লোকক বগা মিঠাই দান কৰক

#Number 3

(যদি আপোনাৰ জন্ম ৩, ১২, ২১, ৩০ তাৰিখে হয়):

সৃষ্টিশীল কামৰ সৈতে জড়িতসকলৰ বাবে এটা মহান দিন। ৰাজনীতিবিদ, চৰকাৰী বিষয়া, সংগীতজ্ঞ, ডিজাইনাৰ আদিৰ বাবে ভাল দিন।

শুভ ৰং ৰঙা

ভাগ্যৱান দিন বৃহস্পতিবাৰ

ভাগ্যৱান সংখ্যা ৩

দান: দৰিদ্ৰ লোকসকলক কেঁচা হালধি দান কৰক

#Number 4

(যদি আপোনাৰ জন্ম ৪, ১৩, ২২, ৩১ তাৰিখে হয়): আজি আপুনি দানমূলক কামৰ সৈতে জড়িত হ'ব পাৰে। ছফ্টৱেৰ, লেনদেনৰ কাম, দালালৰ বাবে ভাল দিন।

শুভ ৰং: নীলা

ভাগ্যৱান দিন মঙলবাৰ

ভাগ্যৱান সংখ্যা ৯

দান: দৰিদ্ৰ লোকক খাদ্য আৰু কাপোৰ দান কৰক

#Number 5

(যদি আপোনাৰ জন্ম ৫, ১৪, ২৩ তাৰিখে হয়): আজি আপোনাৰ কামৰ বাবে প্ৰশংসা পাব। এই দিনটোৱে বিনিয়োগ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে সুখৰ খবৰ আনিব।

শুভ ৰং: সেউজীয়া

ভাগ্যৱান দিন বুধবাৰ

ভাগ্যৱান সংখ্যা ৫

দানঃ অনাথ আশ্ৰমলৈ সেউজীয়া উদ্ভিদ দান কৰক।

#Number 6

(যদি আপোনাৰ জন্ম ৬, ১৫, ২৪ তাৰিখে হয়): আজি আপুনি শক্তি, বিলাসিতা আৰু সুখ উপভোগ কৰিব। শিশুসকলক তেওঁলোকৰ পিতৃ-মাতৃয়ে আশীৰ্বাদ দিব।

শুভ ৰং: নীলা

ভাগ্যৱান দিন শুক্ৰবাৰ

ভাগ্যৱান সংখ্যা ৬

দান: মন্দিৰলৈ ৰূপৰ মুদ্ৰা দান কৰক

#Number 7

(যদি আপোনাৰ জন্ম ৭, ১৬, ২৫ তাৰিখে হয়) : আজি কৰ্মক্ষেত্ৰত তৰ্ক পৰিহাৰ কৰিব। ব্যৱসায়ৰ বিষয়ে আৱেগিক নহ'ব।

শুভ ৰং: কমলা আৰু নীলা

ভাগ্যৱান দিন সোমবাৰ

ভাগ্যৱান সংখ্যা  ৭

দান: হালধীয়া কাপোৰৰ টুকুৰা এটা দান কৰক

#Number 8

(যদি আপোনাৰ জন্ম ৮, ১৭, ২৬ তাৰিখে হয়): ব্যৱসায়িক লেনদেন আজি সফল হ'ব। কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ দিবলৈ নাপাহৰিব।

শুভ ৰং: সাগৰীয় সেউজীয়া

ভাগ্যৱান দিন  শুকুৰবাৰ

ভাগ্যৱান সংখ্যা ৬

দান: গৰুক সেউজীয়া শস্য দান কৰক

#Number 9

(যদি আপোনাৰ জন্ম ৯, ১৮, ২৭ তাৰিখে হয়): গ্লেমাৰ আৰু চিকিৎসা উদ্যোগৰ সৈতে জড়িতসকলৰ বাবে এটা সফল দিন। দিনটো আৰম্ভ কৰিবলৈ ৰঙা কাপোৰ পিন্ধিব।

শুভ ৰং: ৰঙা

ভাগ্যৱান দিন মঙলবাৰ

ভাগ্যৱান সংখ্যা  ৬ আৰু ৯

দান:  মহিলাসকলক কমলা ৰঙৰ কাপোৰৰ টুকুৰা এটা দান কৰক
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি