• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • NUMEROLOGY TODAY: সংখ্যাতত্ত্ব মতে ২২ মাৰ্চৰ দিনটোত আপোনাৰ শুভ সংখ্যা বা শুভ ৰং কি?

NUMEROLOGY TODAY: সংখ্যাতত্ত্ব মতে ২২ মাৰ্চৰ দিনটোত আপোনাৰ শুভ সংখ্যা বা শুভ ৰং কি?

যদি আপোনাৰ জন্ম ৬, ১৫, ২৪ তাৰিখে হয়, আজি আপুনি সকলো স্তৰত বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে।

যদি আপোনাৰ জন্ম ৬, ১৫, ২৪ তাৰিখে হয়, আজি আপুনি সকলো স্তৰত বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে।

যদি আপোনাৰ জন্ম ৬, ১৫, ২৪ তাৰিখে হয়, আজি আপুনি সকলো স্তৰত বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে।

  • Share this:
#Number 1

(যদি আপুনি ১, ১০, ১৯, ২৮ তাৰিখে জন্ম গ্ৰহণ কৰিছে): আপোনাৰ উৎকৃষ্ট ব্যৱস্থাপনা দক্ষতাই আজি কৰ্মক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন লাভ কৰিব। আপুনি কেৱল সংগীৰ সৈতেহে আৱেগিক কথা শ্বেয়াৰ কৰা উচিত।
শুভ ৰং - কমলা
শুভ দিন – দেওবাৰ
শুভ সংখ্যা – ৩
দান : অনুগ্ৰহ কৰি দৰিদ্ৰ লোকক হালধি দান কৰক।

#Number 2

(যদি আপোনাৰ জন্ম ২, ১১, ২০, ২৯ তাৰিখে হয়) : ব্যৱসায়েই হওক বা ব্যক্তিগত জীৱনেই হওক, আজি সকলো ঠিকেই আছে। সকলোবোৰ যাদুকৰীভাৱে আপোনাৰ পক্ষত ঘূৰিব পাৰে।
শুভ ৰং - নীলা
শুভ দিন – সোমবাৰ
শুভ সংখ্যা – ২
দান : পশুক গাখীৰ দান কৰক

#Number 3

(যদি আপোনাৰ জন্ম ৩, ১২, ২১, ৩০ তাৰিখে হয়): ব্যৱসায়িক সিদ্ধান্তত জ্যেষ্ঠসকলৰ পৰা নিৰ্দেশনা ল'ব লাগিব। আৱেগিক দিশত সংগীৰ সৈতে সমস্যা সৃষ্টি হ'ব পাৰে।
শুভ ৰং : বেঙুণীয়া
শুভ দিন – বৃহস্পতিবাৰ
শুভ সংখ্যা – ১
দান: অনুগ্ৰহ কৰি মন্দিৰত চন্দন কাঠ দান কৰক

#Number 4

(যদি আপোনাৰ জন্ম ৪, ১৩, ২২, ৩১ তাৰিখে হয়): ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ কলিগৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ আগতে সাৱধান হ'ব।
শুভ ৰং - সেউজীয়া
শুভ দিন – মঙলবাৰ
শুভ সংখ্যা – ৯
দান: অনুগ্ৰহ কৰি আশ্ৰমত উদ্ভিদ দান কৰক

#Number 5

(যদি আপোনাৰ জন্ম ৫, ১৪, ২৩ তাৰিখে হয়): যদি আপুনি ভ্ৰমণত থাকে তেন্তে দিনটো কঠিন যেন লাগিব পাৰে, অন্যথা দিনটো লাভ অৰ্জনৰ আৰু পৰিয়ালৰ সৈতে সুখৰ।
শুভ ৰং - সেউজীয়া
শুভ দিন – বুধবাৰ
শুভ সংখ্যা – ৫
দান : অনুগ্ৰহ কৰি আজি পুৰণি কাপোৰ দান কৰক

#Number 6

(যদি আপোনাৰ জন্ম ৬, ১৫, ২৪ তাৰিখে হয়): আজি আপুনি সকলো স্তৰত বিভ্ৰান্তিৰ সন্মুখীন হ'ব। কিন্তু চৰকাৰী প্ৰতিশ্ৰুতি বা চুক্তিৰ বাবে এটা মহান দিন। আজি শস্য দান কৰিবলৈ নাপাহৰিব
শুভ ৰং - আকাশী নীলা
শুভ দিন – শুকুৰবাৰ
শুভ সংখ্যা – ২
দান : অনুগ্ৰহ কৰি আজি ভিক্ষাৰীসকলক দুগ্ধজাত সামগ্ৰী দান কৰক
#Number 7

(যদি আপোনাৰ জন্ম ৭, ১৬, ২৫ তাৰিখে হয়): আপোনাৰ সংগীৰে আপোনাৰ অনুভূতি শ্বেয়াৰ কৰাৰ বাবে এটা সুন্দৰ দিন। ব্যৱসায়ত সফলতাৰ মূল চাবিকাঠি হ'ব পাৰে দিনটো।
শুভ ৰং - বেঙুনীয়া
শুভ দিন – সোমবাৰ
শুভ সংখ্যা – ৭ আৰু ৩
দান : অনুগ্ৰহ কৰি সেউজীয়া শাক-পাচলি দান কৰক

#Number 8

( যদি আপোনাৰ জন্ম ৮, ১৭, ২৬ তাৰিখে হয়): ব্যৱসায়ত লাভ অৰ্জনৰ ক্ষেত্ৰত আজি কঠোৰ পৰিশ্ৰমৰ সন্মুখীন হ'ব লাগিব। মহিলাসকলে জ্যেষ্ঠসকলৰ যত্ন ল'ব।
শুভ ৰং - নীলা
শুভ দিন – শুকুৰবাৰ
শুভ সংখ্যা – ৬
দান: অনুগ্ৰহ কৰি আজি সেউজীয়া ফল দান কৰক

#Number 9

(যদি আপোনাৰ জন্ম ৯, ১৮, ২৭ তাৰিখে হয়): আজি আপুনি সমাজ আৰু পৰিয়ালৰ পৰা সন্মান লাভ কৰিব। দিনটো উপভোগ্য। কিন্তু আইনী সমস্যা জিকাত পলম হ'ব পাৰে।
শুভ ৰং - কমলা
শুভ দিন – মঙলবাৰ
শুভ সংখ্যা – ৬
দান: অনুগ্ৰহ কৰি আজি মহিলাক সেন্দূৰ দান কৰক

২২ মাৰ্চত জন্ম হোৱা বিখ্যাত ব্যক্তিত্ব

মহম্মদ আজহাৰুদ্দিন, নাছিৰ হুছেইন, নয়না জয়ছোৱাল, ধনী ভানুশালী
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি