তানহাজী চাব নে ছাপাক? এখন চিনেমাৰ টিকট কিনিলে আনখনৰ টিকেট ফ্ৰী এনেকৈ!

News18 Assam | News18-Assam
Updated:January 15, 2020, 1:41 PM IST
তানহাজী চাব নে ছাপাক? এখন চিনেমাৰ টিকট কিনিলে আনখনৰ টিকেট ফ্ৰী এনেকৈ!
১৬জানুৱাৰী লৈকেহে আছে এই অফাৰ!

১৬জানুৱাৰী লৈকেহে আছে এই অফাৰ!

  • Share this:
চিনেমাহলত চিনেমা চোৱাৰ মন আৰু দুখন চিনেমাৰ মাজত কোনখন চাও কোনখন নাচাও ভাব হৈছে নে কি? আপোনাৰ কাৰণে আছে এটা বিশেষ অফাৰ। পাঞ্জাৱ নেচনেল বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ জৰিয়তে পেটিএমত চিনেমা টিকট ক্ৰয় কৰিলে আপুনি পাব ১০০শতাংশ কেছবেক।  PNB আৰু Paytmৰ এই অফাৰ ১৬জানুৱাৰীলৈকে থাকিব। এই অফাৰৰ নাম দিয়া হৈছে ‘থাৰ্ছডে’ মুভী মেনিয়া’।

জানক এই অফাৰৰ বিষয়ে...



এই অফাৰৰ অধীনত সৰ্বাধিক ৩০০টকালৈকে কেছবেক লাভ কৰিব। পেটিএমত টিকট বুক কৰাৰ সময়ত ক্ৰেডিট বা ডেবিট কাৰ্ডেৰে পেমেণ্ট কৰিলে প্ৰম’ক’ড PNBMOVIESৰ ব্যৱহাৰ কৰিব লাগিব। কমেও দুটা চিনেমা টিকট ক্ৰয় কৰাসকলেহে এই অফাৰৰ সুবিধা উঠাব পাৰিব।
Published by: Tulika Devi
First published: January 15, 2020, 1:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading