ভূৱা নেকি আপোনাৰ ড্ৰাইভিঙ লাইচেঞ্চ? ড্ৰাইভিঙ লাইচেঞ্চ এতিয়াৰ পৰা পৰীক্ষা কৰা হ’ব ‘Hand Held Terminal’ত!

এতিয়া পৰিবহন ভৱন কাৰ্যালয়ত চলিছে Hand Held Terminalৰ অনুশীলন

News18-Assam
Updated:September 17, 2019, 11:35 AM IST
ভূৱা নেকি আপোনাৰ ড্ৰাইভিঙ লাইচেঞ্চ? ড্ৰাইভিঙ লাইচেঞ্চ এতিয়াৰ পৰা পৰীক্ষা কৰা হ’ব ‘Hand Held Terminal’ত!
এতিয়া পৰিবহন ভৱন কাৰ্যালয়ত চলিছে Hand Held Terminalৰ অনুশীলন
News18-Assam
Updated: September 17, 2019, 11:35 AM IST
অৱশেষত পৰিবহন বিভাগলৈ আহিল Hand Held Terminal। এতিয়া পৰিবহন ভৱন কাৰ্যালয়ত চলিছে Hand Held Terminalৰ অনুশীলন। অনুশীলনত অংশগ্ৰহণ পৰিবহন বিষয়া-কৰ্মচাৰী, MVIৰ। প্ৰতিখন জিলাৰ বিষয়া-কৰ্মচাৰী, MVIয়ে কৰিছে অনুশীলন। ২০০৫ চনত চৰকাৰে নিৰ্দেশনা দিয়াৰ পিছতো AMTRONএ যোগান ধৰা নাছিল এই ডিভাইছৰ।

News18ত এই সম্পৰ্কে সম্প্ৰচাৰ হৈছিল ধাৰাবাহিক বাতৰি। News18ত বাতৰি সম্প্ৰচাৰৰ পিছতে যোগান ধৰা হৈছে এই ডিভাইছ। এই ডিভাইছ  ডিজিটেল লাইচেঞ্চ পৰীক্ষণ, ই-চালান আদিৰ বাবে ব্যৱহাৰ কৰা হয়।

 

বয়ফ্ৰেণ্ডক প্ৰথমবাৰ KISS কৰোতে ধৰা পৰিছিল ছানী লিয়নী, পিতৃৰ পৰা খাইছিল গালি
আৰু চাওক পৰৱৰ্তী বাতৰি