সাময়িক ভাৱে বাতিল কৰা হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ ৰেল!

ৰে’লপথ মেৰামতি কৰাৰ উদ্দেশ্যে লোৱা হৈছে এই সিদ্ধান্ত

News18-Assam
Updated:June 29, 2019, 10:48 AM IST
সাময়িক ভাৱে বাতিল কৰা হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ ৰেল!
ৰে’লপথ মেৰামতি কৰাৰ উদ্দেশ্যে লোৱা হৈছে এই সিদ্ধান্ত
News18-Assam
Updated: June 29, 2019, 10:48 AM IST
এন এফ ৰেলৱে’ই সাময়িক ভাবে বাতিল কৰিব কেইবাখনো ৰেল। ৰে’লপথ মেৰামতিৰ বাবে বাতিল কৰা হ’ব এই ৰেল সেৱা। মেৰামতি কৰা হ’ব হাৱাইপুৰ-লামডিং ৰে’লপথ। সেইদৰে ৩-১০ জুলাইলৈ বাতিল কৰা হ’ব গুৱাহাটী-মৰিয়নি ইণ্টাৰচিটি ৰেল।বাতিল কৰা হ’ব গুৱাহাটী-ডিমাপুৰ-নাগালেণ্ড এক্সপ্ৰেছ । গুৱাহাটী-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছো ৰেলপথ মেৰামতিৰ বাবে বাতিল কৰা হ’ব। ডিমাপুৰ-গুৱাহাটী এক্সপ্ৰেছো বাতিলৰ সিদ্ধান্ত লৈছে এন এফ ৰেলৱে’ই। ৭ ৰ পৰা ৯ জুলাইলৈ বাতিল কৰা হ’ব এই সেৱা।
আৰু চাওক পৰৱৰ্তী বাতৰি