• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আমন্ত্ৰিত অতিথিৰ সৈতে প্ৰাণ ভৰি নাচিলে কইনাই, দেখি অবাক দৰা! চাওক ভিডিঅ’

আমন্ত্ৰিত অতিথিৰ সৈতে প্ৰাণ ভৰি নাচিলে কইনাই, দেখি অবাক দৰা! চাওক ভিডিঅ’

ভিডিঅ’ত দেখা গৈছে সদ্য বিবাহিত কইনাই আমন্ত্ৰিত অতিথিৰ সৈতে নৃত্যত মচগুল হোৱা।

ভিডিঅ’ত দেখা গৈছে সদ্য বিবাহিত কইনাই আমন্ত্ৰিত অতিথিৰ সৈতে নৃত্যত মচগুল হোৱা।

ভিডিঅ’ত দেখা গৈছে সদ্য বিবাহিত কইনাই আমন্ত্ৰিত অতিথিৰ সৈতে নৃত্যত মচগুল হোৱা।

  • Share this:
বৰ্তমান ছচিয়েল মিডিয়াৰ যুগ। এই যুগত যিদৰে সমগ্ৰ বিশ্বখন মানুহৰ হাতৰ মুঠিত, সেইদৰে ছচিয়েল মিডিয়াৰ বহু বেয়া দিশো আছে যিয়ে মানুহক প্ৰভাৱিত কৰে। কাৰো ব্যক্তিগত জীৱনে তাত গোপন নহয়, সমগ্ৰ বিশ্বৰ আগত উন্মুক্ত। ‘ভাইৰেল’ শব্দটো সংপৃক্ত হৈ পৰিছে আমাৰ জীৱনৰ সৈতে।

এই ভাইৰেলৰ বলতেই দেশৰ নাম নজনা বহু প্ৰতিভা, বহুতৰে শুপ্ত প্ৰতিভা মানুহৰ সন্মুখলৈ আহিছে। বহু মানুহে ইজনে আনজনক সহায় কৰিছে, বহুতে নিজৰ যোগ্য সন্মান বিচাৰি পাইছে ছচিয়েল মিডিয়াত।

আকৌ একাংশই ছচিয়েল মিডিয়াক ব্যৱহাৰ কৰিছে অৱসৰৰ সংগী হিচাপে। ছচিয়েল মিডিয়াৰ পৰা ৰন্ধন টিপছ, অফিচৰ নিয়ম–কানুনৰ পৰা আৰম্ভ কৰি মজাৰ ভিজিঅ’, সকলো পোৱা যায় এই বিশ্বত।



তেনে এক ভিডিঅ’ বৰ্তমান ভাইৰেল হৈছে নেট জগতত। এয়া এখন বিয়াৰ ভিডিঅ’। আজিকালি সকলো বিয়া যেন এক ইভেণ্টত পৰিণত হৈছে। ভিডিঅ’ত দেখা গৈছে সদ্য বিবাহিত কইনাই আমন্ত্ৰিত অতিথিৰ সৈতে নৃত্যত মচগুল হোৱা। হিন্দী গীতৰ তালে তালে প্ৰাণ ভৰি নাচিছে কইনাই। আনকি নাচি নাচি মূৰৰ ফুল, চুলিৰ সাজ সকলো নষ্ট হৈ গৈছে। কইনাৰ নাচ চাই হতবাক হৈ চাই ৰৈছে দৰাই। ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।
Published by:Sanjay Kumar Das
First published: