• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চলিত মাহতে বজাৰলৈ আহিব এইকেইখন নতুন বাইক! কি কি থাকিব সুবিধা? জানি লওক

চলিত মাহতে বজাৰলৈ আহিব এইকেইখন নতুন বাইক! কি কি থাকিব সুবিধা? জানি লওক

অটো ইণ্ডাষ্ট্ৰীৰ বাবে ডিচেম্বৰ মাহ ড্ৰাই মাহ হ'লেও এই মাহতে ভাৰতত লঞ্চ হ'ব জনপ্ৰিয় কোম্পানীৰ বিভিন্ন উন্নত মানদণ্ডৰ ফিচাৰ বাইক।

  • Share this:
২০২১ৰ ডিচেম্বৰৰ মাহতে ভাৰতত লঞ্চ হ'বলৈ ওলাইছে বিভিন্ন জনপ্ৰিয় কোম্পানীৰ উন্নতমানৰ বাইক আৰু স্কুটাৰ। অটো ইণ্ডাষ্ট্ৰীৰ বাবে ডিচেম্বৰ মাহ ড্ৰাই মাহ হ'লেও এই মাহতে ভাৰতত লঞ্চ হ'ব জনপ্ৰিয় কোম্পানীৰ বিভিন্ন উন্নত মানদণ্ডৰ ফিচাৰ বাইক। লঞ্চ হ'বলগীয়া নতুন বাইকৰ তালিকাত আছে Harley Davidson কোম্পানীৰ নতুন বাইক Sportster S। সেইদৰে Yezdi Roadking কোম্পানীৰ নতুন বাইক আৰু KTM কোম্পানীৰ নতুন বাইক KTM RC390।

Harley Davidson- Harley Davidson -এ পূৰ্বেই ঘোষণা কৰিছিল যে, তেওঁলোকে ২০২১ৰ ডিচেম্বৰ মাহত ভাৰতৰ বজাৰত নতুন এখন বাইকল লঞ্চ কৰিব। ৫ ডিচেম্বৰত ভাৰতত লঞ্চ হ'ব Harley Davidson কোম্পানীৰ নতুন বাইক Sportster S। ইয়াৰ থাকিব উন্নত আৰু আধুনিক ফিচাৰ আৰু টেকনলজি।

Yezdi Roadking- Yezdi Roadking-এ ভাৰতীয় বজাৰত শীঘ্ৰে এখন নতুন বাইক লঞ্চ কৰাৰ দিশে আগবাঢ়িছে। নতুন সেই বাইক হ'ব এডভেঞ্চাৰ তথা হিমালয়ান বাইকৰ দৰে।

KTM RC390- ২০২১ৰ আৰম্ভণিতে KTM-এ তেওঁলোকৰ RC200 বাইকখন লঞ্চ কৰিছিল। সেই অনুষ্ঠানতে KTM কোম্পানীৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে, অতি শীঘ্ৰে ভাৰতত লঞ্চ কৰা হ'ব তেওঁলোকৰ নতুন জেনেৰেশ্যন বাইক KTM RC390। তথ্য মতে, চলিত মাহৰ মাজভাগতে এই নতুন বাইকখন বজাৰলৈ আহিব।
Published by:Himangshu Bhuyan
First published: