জল সংৰক্ষণৰ বাবে Network18ৰ বিশেষ পদক্ষেপ #MissionPaani

জল সংৰক্ষণৰ বাবে Network18ৰ #MissionPaaniৰ সৈতে সংলগ্ন হওক আৰু সুনিশ্চিত কৰক কোনো এগৰাকী ভাৰতীয় যাতে এই জীৱন উৎসৰ পৰা বঞ্চিত হৈ নাথাকে।

News18-Assam
Updated:July 1, 2019, 8:04 PM IST
জল সংৰক্ষণৰ বাবে Network18ৰ বিশেষ পদক্ষেপ #MissionPaani
জল সংৰক্ষণৰ বাবে Network18ৰ #MissionPaaniৰ সৈতে সংলগ্ন হওক আৰু সুনিশ্চিত কৰক কোনো এগৰাকী ভাৰতীয় যাতে এই জীৱন উৎসৰ পৰা বঞ্চিত হৈ নাথাকে।
News18-Assam
Updated: July 1, 2019, 8:04 PM IST
সুৰক্ষিত পানী ব্যৱহাৰৰ অভাৱত বছৰত ২ লাখ ভাৰতীয়ৰ মৃত্যু হয়। পানীৰ এটি এটি টোপাল মূল্যবান। সুন্দৰ ভৱিষ্যতৰ বাবে আজি সংযুক্ত হওক Network18ৰ #MissionPaaniৰ সৈতে।

গ্ৰীষ্মৰ প্ৰভাৱত ভাৰতৰ বৃহৎ অংশ হৈ পৰিছে শুকান। বহু ভাৰতীয় পানী এটোপালৰ বাবে দূৰ–দূৰণিলৈ খোজকাঢ়িবলৈ বাধ্য হৈ পৰিছে। পানীৰ সংকটক বিষয়বস্তু হিচাপে গ্ৰহণ কৰি Network18–এ পদক্ষেপ গ্ৰহণ কৰিছে #MissionPaani ।

জল সংকটৰ ফলত দেশৰ মুঠ GDPৰ ৬ শতাংশ নষ্ট হৈ যোৱাৰ আশংকা। জল সংৰক্ষণৰ বাবে Network18ৰ #MissionPaaniৰ সৈতে সংলগ্ন হওক আৰু সুনিশ্চিত কৰক কোনো এগৰাকী ভাৰতীয় যাতে এই জীৱন উৎসৰ পৰা বঞ্চিত হৈ নাথাকে।

জাগ্ৰত হওক! ২০৩০লৈ ৪০ শতাংশ ভাৰতীয়ই খোৱা পানীৰ পৰা বঞ্চিত হ’ব। প্ৰতিটো টোপাল গণনা কৰি, Network18–এ জল সংৰক্ষণৰ বাবে #MissionPaani উন্মোচন কৰে যাতে কোনো ভাৰতীয় এই জীৱন উৎসৰ পৰা বঞ্চিত হৈ নাথাকে।
আৰু চাওক পৰৱৰ্তী বাতৰি