• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • সুশান্তৰ মৃত্যুৰ পিছতে কৰণ জোহৰ আৰু আলিয়া ভাটৰ ওপৰত মানুহৰ কিয় উঠিল প্ৰচণ্ড খং?

সুশান্তৰ মৃত্যুৰ পিছতে কৰণ জোহৰ আৰু আলিয়া ভাটৰ ওপৰত মানুহৰ কিয় উঠিল প্ৰচণ্ড খং?

সুশান্তৰ মৃত্যুৰ পিছত কৰণ জোহৰ আৰু আলিয়া ভাটক ছচিয়েল মিডিয়াত ভালকৈ এজাউৰি দিছে বহুতেই। ছচিয়েল মিডিয়াত ট্ৰেণ্ড কৰিছে কৰণ জোহৰ আৰু আলিয়া ভাট। 

  • Share this:
মুম্বাইঃ বলিউডৰ প্ৰখ্যাত তাৰকা সুশান্ত সিং ৰাজপুতে সকলোকে বেদনাৰ সাগৰলৈ ঠেলি এই পৃথিৱীক চিৰবিদায় জনালে। তেওঁ নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰিলে। এই খ‍বৰ পিছতে অন্যান্য চেলিব্ৰিটীসকলৰ দৰে ছচিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছিল কৰণ জোহৰ আৰু আলিয়া ভাটে। পিছে কিছু সময়ৰ ভিতৰতে দুয়োজনকে ৰাইজে ভালকৈ এজাউৰি দিয়াৰ লগতে ছচিয়েল মিডিয়াত ট্ৰেণ্ড কৰিবলৈ ধৰে কৰণ জোহৰ আৰু আলিয়া।

মানুহে কৰণ জোহৰৰ শোকবাৰ্তাত এটা পুৰণি ভিডিও কমেণ্ট কৰি তেওঁৰ অসংবেদনশীলতাক কটু কথা শুনায়। এই ভিডিওত আলিয়া আৰু কৰণে সুশান্তক ঠাট্টা কৰিছিল।

কৰণ জোহৰে তেওঁৰ অন্তৰ ভাঙি যোৱাৰ কথা প্ৰকাশ কৰোতে মানুহে তেওঁক হিপ’ক্ৰেট 'Hypocrite' আৰু বংশানুবাদৰ প্ৰচাৰক ‘Nepotism’ আখ্যা দিয়ে। মানুহে মনত পেলাই দিয়ে কিদৰে আলিয়াৰ সৈতে লগ হৈ কৰণে সুশান্তক শ্ব’ত ঠাট্টা কৰিছিল।

Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি