• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বিয়াৰ কেইটামান মাহৰ ভিতৰতে সম্পৰ্কত ফাট! ৰোহণৰ প্ৰেমিকাক ভাবুকি দিলে নেহা কক্কৰে!

বিয়াৰ কেইটামান মাহৰ ভিতৰতে সম্পৰ্কত ফাট! ৰোহণৰ প্ৰেমিকাক ভাবুকি দিলে নেহা কক্কৰে!

বিয়াৰ ঠিক পিছতে প্ৰেগনেণ্ট অৱস্থাত ছচিয়েল মিডিয়াত প্ৰচাৰ আৰম্ভ কৰে নেহাই। সকলোৱে ভাবিছিল নেহা মাতৃ হ’বলৈ ওলাইছে। পিছত দেখা গ’ল সেয়াও এক নিউজিক এলবামৰ প্ৰচাৰ।

  • Share this:
নেহা কক্কৰ। বলীউদৰ জনপ্ৰিয় গায়িকা। শেহতীয়াকৈ পঞ্জাবী গায়ক ৰোহণপ্ৰীত সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে নেহা। নেহাই নিজৰ বিয়াৰ পৰা আৰম্ভ কৰি মাতৃ হোৱা সকলোৰে ক্ষেত্ৰত ধেমালিকৈ প্ৰকাশ কৰিছে। পিছত দেখা যায় সেয়া আচলতে মিউজিক ভিডিঅ’ৰ প্ৰম’চন মাত্ৰ। যিদৰে আগিত্য নাৰায়ণৰ সৈতে বিয়াৰ প্ৰচাৰ চলিছিল। কিন্তু কিছুদিন পিছত জনা গ’ল সেই খবৰ ভুৱা। কেৱল আছিল এক প্ৰচাৰ। এইবাবেই নেহাৰ বিয়াৰ খবৰো বহুতে বিশ্বাস কৰিবলৈ টান পাইছিল।

বিয়াৰ ঠিক পিছতে প্ৰেগনেণ্ট অৱস্থাত ছচিয়েল মিডিয়াত প্ৰচাৰ আৰম্ভ কৰে নেহাই। সকলোৱে ভাবিছিল নেহা মাতৃ হ’বলৈ ওলাইছে। পিছত দেখা গ’ল সেয়াও এক মিউজিক এলবামৰ প্ৰচাৰ। নেহা জীৱনলৈ অহাৰ পূৰ্বে ৰোহণপ্ৰীতৰ আছিল আন প্ৰেমিকা। কিন্তু এতিয়া তাক লৈ পাক পাতিছে নেহা। নেহাই ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিলে, ‘আৰু এবাৰ মোৰ স্বামীক ফোন কৰা চা, তোৰ কি অৱস্থা কৰো...’।

এই লেখাৰ সৈতে এটা গান গাইছে ৰোহণক কৈষত বহুৱাই লৈ। ভিডিঅ’ত লিখিছে মোৰ স্বামীৰ প্ৰাক্তনক মোৰ উত্তৰ। ভিডিঅ’ দেখিয়ে বুজা যায় এয়া নেহাৰ ধেমালি। কিন্তু এই ভিডিঅ’ত নেহাক বহুতেই কৈছে, প্লিজ এইবাৰ এইসমূহ ভুৱা প্ৰচাৰ বন্ধ কৰক। কিন্তু ক’লে কি হ’ব, নেহা এইবোৰ শুনা মানুহ নহয়। নেহা সদায় থাকে নিজৰ ছন্দত।
Published by:Sanjay Kumar Das
First published: