உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • বিয়াৰ দুমাহো হোৱা নাই! মা হ’বলৈ ওলাইছে নেহা কক্কৰ!

    বিয়াৰ দুমাহো হোৱা নাই! মা হ’বলৈ ওলাইছে নেহা কক্কৰ!

    বৰ্তমান ইণ্ডিয়ান আইডল, ছিজন–১২ৰ বিচাৰকৰ আসনত নেহা। হিমেশ ৰেছামিয়া আৰু বিশাল দাদলানিৰ সৈতে সংগীত প্ৰতিযোগিতাৰ বিচাৰক নেহা।

    • Share this:
    বলীউদত এটাৰ পিছত আনটো সুখবৰ। মা হ’বলৈ ওলাইছে গায়িকা নেহা কক্কৰ। নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত বেবি বাম্পৰ ফটো পোষ্ট কৰি নিজেই সেই খবৰ জনালে অসংখ্য অনুৰাগীক।

    গায়ক ৰোপনপ্ৰীতৰ সৈতে নেহা কক্কৰে বিয়াত বহিছিল ২৪ অক্টোবৰত। এতিয়াও দুমাহো অতিক্ৰম কৰা নাই। তাৰ মাজতে আহিল সুখবৰ। প্ৰিয় গায়িকাগৰাকীক শুভেচ্ছা, মৰমেৰে ওপচাই দিলে অনুৰাগীসকলে। স্বামী ৰোহনৰ সৈতে এখন সুন্দৰ ছবি শ্বেয়াৰ কৰিছে নেহাই। ফটোত স্পষ্ট ক্ষুদ্ৰ বেবী বাম্প।

    ফটোৰ কেপচনত নেহাই লিখিছে, ‘খেয়াল ৰখা কৰ’। সেই ফটোতে ৰোহনপ্ৰীতৰ কমেণ্ট, ‘‘এব তো কুছ জাদা হী খেয়াল ৰখনা পড়েগা’। এই ফটোৰ পৰা স্পষ্টকৈ বুজা গৈছে যে শীঘ্ৰে মা হ’বলৈ ওলাইছে নেহা।

    বৰ্তমান ইণ্ডিয়ান আইডল, ছিজন–১২ৰ বিচাৰকৰ আসনত নেহা। হিমেশ ৰেছামিয়া আৰু বিশাল দাদলানিৰ সৈতে সংগীত প্ৰতিযোগিতাৰ বিচাৰক নেহা।
    Published by:Sanjay Kumar Das
    First published: