১৬ ডিচেম্বৰৰ পৰা সলনি হ’ব বেংকৰ বহু কেইটা নিয়ম, ২৪ ঘণ্টাই লাভ কৰিব এই সুবিধা

News18 Assam | News18-Assam
Updated:December 7, 2019, 11:20 AM IST
১৬ ডিচেম্বৰৰ পৰা সলনি হ’ব বেংকৰ বহু কেইটা নিয়ম, ২৪ ঘণ্টাই লাভ কৰিব এই সুবিধা
RBI এ জাৰি কৰিছে জাননী

RBI এ জাৰি কৰিছে জাননী

  • Share this:
১৬ ডিচেম্বৰৰ পৰা সলনি হ’ব বেংকৰ বহু কেইটা নিয়ম, RBI এ জাৰি কৰিছে জাননী।
RBI এ এক বিবৃতিৰ জৰিয়তে কৈছে যে, এতিয়াৰ পৰা NEFTৰ ট্ৰানজেকছনৰ সুবিধা সপ্তাহৰ সাত দিনেই উপলব্ধ হ’ব।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিজিটেল লেনডেনক অধিক গুৰুত্ব প্ৰদান কৰিছে। যাৰ ফলশ্ৰুতিত নেচনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ ১৬ ডিচেম্বৰৰ পৰা ২৪ ঘণ্টাই উপলব্ধ হ’ব বুলি উল্লেখ কৰিছে।



উল্লেখযোগ্য যে, বৰ্তমান NEFTৰ জৰিয়তে ট্ৰানজেকছন সাধাৰণ দিনত পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে আৰু সপ্তাহৰ প্ৰথম আৰু তৃতীয় শণিবাৰে পুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈকে কৰাৰ সুবিধা আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading