• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • টি ২০ ফৰ্মেটত বিশ্বৰ ভিতৰতে অধিনায়ক ৰোহিত শৰ্মা, মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কক ভূয়সী প্ৰশংসা সেহৱাগৰ

টি ২০ ফৰ্মেটত বিশ্বৰ ভিতৰতে অধিনায়ক ৰোহিত শৰ্মা, মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কক ভূয়সী প্ৰশংসা সেহৱাগৰ

মঙলবাৰে ডুবাইৰ ফাইনেলত প্ৰমাণিত হ’ল যে কেৱল ট্ৰফী জিকাটোৱেই অভ্যাসত পৰিণত হৈছে মুম্বাই ইণ্ডিয়ানছৰ।

মঙলবাৰে ডুবাইৰ ফাইনেলত প্ৰমাণিত হ’ল যে কেৱল ট্ৰফী জিকাটোৱেই অভ্যাসত পৰিণত হৈছে মুম্বাই ইণ্ডিয়ানছৰ।

মঙলবাৰে ডুবাইৰ ফাইনেলত প্ৰমাণিত হ’ল যে কেৱল ট্ৰফী জিকাটোৱেই অভ্যাসত পৰিণত হৈছে মুম্বাই ইণ্ডিয়ানছৰ।

  • Share this:
ডুবাইঃ ২০১৩, ২০১৫, ২০১৭, ২০১৯-ৰ পিছত ২০২০ ৷ ইয়াৰ লগে লগে পঞ্চমবাৰলৈ আইপিএলৰ খিতাপ জয়ৰ সোৱাদ পালে মুম্বাই ইণ্ডিয়ানছে।  ট্রফী জিকাটো যেন অভ্যাসত পৰিণত হৈছে ব্লু আর্মীৰ।

পাঁচবাৰৰ কাৰণে আইপিএলৰ ট্ৰফী জিকি ৰোহিত শৰ্মাই কয়, ডুবাইৰ সলনি এই ট্ৰফীটো ৱাংখেড়েত জিকিব পাৰিলে অধিক ভাল লাগিলহেতেন।



কেপ্তেইন ৰোহিত শৰ্মাৰ ভূয়সী প্ৰশংসা কৰি বীৰেন্দ্ৰ সেহৱাগে টুইট কৰি লিখে, "বিশ্বৰ ভিতৰতে টি ২০ ফ্ৰেঞ্চাইজি তথা এই ফৰ্মেটৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক হ’লগৈ ৰোহিত শৰ্মা। মুম্বাই ইণ্ডিয়ানছেই যোগ্য দল। তাত কোনো সন্দেহ নাই!’’
First published: