‘সংসদৰ কেণ্টিনৰ সস্তীয়া খাদ্য আৰু নাখায় সাংসদে’

News18 Assam | News18-Assam
Updated:December 5, 2019, 3:58 PM IST
‘সংসদৰ কেণ্টিনৰ সস্তীয়া খাদ্য আৰু নাখায় সাংসদে’
Source-Google

সংসদৰ কেণ্টিনত ফুড চাবচিডি বন্ধ কৰাৰ সিদ্ধান্ত ল’লে সাংসদসকলে। অধ্যক্ষৰ প্ৰস্তাৱৰ পিছতে মানি ল’লে সকলো সাংসদে

  • Share this:
সংসদৰ সস্তীয়া খাদ্য আৰু নাখায় সাংসদে। লোকসভাৰ অধ্যক্ষই কৰা প্ৰস্তাৱক  সৰ্বসন্মতিক্ৰমে লোকসভাৰ সাংসদ সকলে সমৰ্থন জনাই সংসদৰ কেণ্টিনত ফুড চাবচিডি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকসভাৰ বাণিজ্য পৰামৰ্শদান সমিতি, সকলো দলৰে সদস্য সকলে কেণ্টিনৰ ফুড চাবচিডি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে, কেণ্টিনৰ খাদ্যৰ বাবদ প্ৰতিবছৰে ১৭ কোটি টকা খৰচ হয় ৰাজকোষৰ।

 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি