• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচ কেম্পলৈ ট্ৰেকিং আৰম্ভ কৰিছে এজন প্ৰৱাসী অসমীয়াই

মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচ কেম্পলৈ ট্ৰেকিং আৰম্ভ কৰিছে এজন প্ৰৱাসী অসমীয়াই

মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচ কেম্পলৈ ট্ৰেকিং আৰম্ভ কৰিছে এজন প্ৰৱাসী অসমীয়াই।

মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচ কেম্পলৈ ট্ৰেকিং আৰম্ভ কৰিছে এজন প্ৰৱাসী অসমীয়াই।

মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচ কেম্পলৈ ট্ৰেকিং আৰম্ভ কৰিছে এজন প্ৰৱাসী অসমীয়াই।

  • Share this:
এভাৰেষ্টলৈ প্ৰৱাসী অসমীয়া হেদায়েৎ আলী। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচ কেম্পলৈ ট্ৰেকিং অভিযান আৰম্ভ কৰিছে প্ৰৱাসী অসমীয়া হেদায়েৎ আলীয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া নিবাসী হেদায়েৎ আলীৰ ঘৰ হ'ল হাজোৰ দামপুৰত।

এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচকেম্পলৈ ট্ৰেকিং আৰম্ভ কৰিছে হেদায়েৎ আলীয়ে। এভাৰেষ্টৰ পথত নামচেবাজাৰত উপস্থিত হৈছে হেদায়েৎ। গোৱালপাৰাৰ সৈনিক স্কুলৰ পৰা মেট্ৰিক পাচ কৰা হেদায়েৎ যোৰহাট অভিযান্ত্ৰিক কলেজৰ স্মাতক। মাৰ্কিন যুক্তৰাষ্ট্ৰত এগৰাকী ছফটৱেৰ ইঞ্জিনীয়াৰ ৰূপে কৰ্মৰত হেদায়েৎ আলীয়ে ২০১৯ বৰ্ষত ইউৰোপৰ সৰ্বোচ্চ শৃংগ একনকান্ডৱা শৃংগ আৰোহণ কৰে। তেওঁ ২০১৮ চনত আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউন্ট কিলিমানজাৰো আৰোহণ কৰিছিল।
Published by:Kokil Sarma
First published: