• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • হেলমেট পৰিধান নকৰিলে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ

হেলমেট পৰিধান নকৰিলে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ

নতুন যান-বাহন আইনত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

নতুন যান-বাহন আইনত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

নতুন যান-বাহন আইনত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

  • Share this:
    নতুন যান-বাহন আইনত অনুমোদন কেবিনেটৰ

    এম্বুলেন্স, ফায়াৰ ব্ৰিগেডক ৰাস্তা এৰি নিদিলে ভৰিব লাগিব ১০,০০০ টকা জৰিমনা৷

    সুৰা পান কৰি গাড়ী চলালে ১০,০০০টকা জৰিমনা

    ছীট বেল্ট নিপিন্ধিলে ১,০০০ টকা জৰিমনা

    হেলমেট নিপিন্ধাকৈ বাইক চলালে ১,০০০ টকা জৰিমনা+৩ মাহৰ বাবে লাইচেঞ্চ বাতিল

    লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলালে ৫,০০০ টকা জৰিমনা
    Published by:Dulu Medhi
    First published:

    শেহতীয়া বাতৰি