নতুন যান-বাহন আইনত অনুমোদন কেবিনেটৰএম্বুলেন্স, ফায়াৰ ব্ৰিগেডক ৰাস্তা এৰি নিদিলে ভৰিব লাগিব ১০,০০০ টকা জৰিমনা৷
সুৰা পান কৰি গাড়ী চলালে ১০,০০০টকা জৰিমনা
ছীট বেল্ট নিপিন্ধিলে ১,০০০ টকা জৰিমনা
হেলমেট নিপিন্ধাকৈ বাইক চলালে ১,০০০ টকা জৰিমনা+৩ মাহৰ বাবে লাইচেঞ্চ বাতিল
লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলালে ৫,০০০ টকা জৰিমনা
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|