কি আচৰিত! অসমত সৰ্বাধিক ‘Google’ ত ‘Search’ কৰা চেলিব্ৰিটী হ’ল ছানী লিয়নী

ছানী লিয়নীয়ে অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

News18-Assam
Updated:August 15, 2019, 4:07 PM IST
কি আচৰিত! অসমত সৰ্বাধিক ‘Google’ ত ‘Search’ কৰা চেলিব্ৰিটী হ’ল ছানী লিয়নী
Source-Google
News18-Assam
Updated: August 15, 2019, 4:07 PM IST
ছানী লিয়নীৰ নাম শুনিলেই বিতৰ্কৰ সূচনা কৰে একাংশই! কিন্তু এচামৰ কাৰণে ছানী লিয়নী আজিও এক শিহৰণ! সেই কথাটোকে যেন আকৌ এবাৰ প্ৰমাণীত হ’ল ২০১৯ৰ Google Trend analyticsত। ২০১৯ বৰ্ষত সমগ্ৰ ভাৰতবৰ্ষতে Google ত সৰ্বাধিক Search কৰা বলীউডৰ চেলিব্ৰিটী হ’ল ছানী লিয়নী। সেইদৰে অসমবাসীয়েও বলীউডৰ চেলিব্ৰিটী সকলৰ ভিতৰত ছানী লিয়নীকে সৰ্বাধিক Search কৰিলে Googleত।



আচৰিত ধৰণে ছানী লিয়নীয়ে পিছ পেলালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আৰু শ্বাহৰুখ খানক। ২০১৯ বৰ্ষৰ অসম তথা দেশবাসীয়ে Google ত সৰ্বাধিক বাৰ Search কৰিলে ছানী লিয়নীক। ছানীৰ পিছতে স্থান লাভ কৰিছে ক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ছলমান খান আৰু শ্বাহৰুখ খানে।



Google Trend analytics অনুসৰি ছানী লিয়নীৰ ‘কৰণজীৎ কৌৰঃ দ্যা আনটল্ড ষ্ট’ৰী অৱ ছানী লিয়নী’ হ’ল সৰ্বাধিক Search কৰা ভিডিঅ’
আৰু চাওক পৰৱৰ্তী বাতৰি