ফুৰিবলৈ যোৱাৰ হে কথা! সম্পূৰ্ণ খৰচ বহন কৰিব চৰকাৰে, আৰম্ভ কৰিছে নতুন আঁচনি

News18 Assam | News18-Assam
Updated:January 30, 2020, 2:17 PM IST
ফুৰিবলৈ যোৱাৰ হে কথা! সম্পূৰ্ণ খৰচ বহন কৰিব চৰকাৰে, আৰম্ভ কৰিছে নতুন আঁচনি
Source-Google

পৰ্যটন মন্ত্ৰণালয়ে ‘দেখো অপনি দেশ’ নামেৰে এখন নতুন আঁচনি আৰম্ভ কৰিছে। এই নতুন আঁচনিৰ জৰিয়তে ২০২২ চন পৰ্যন্ত কমেও ১৫টা পৰ্যটনস্থলীলৈ যাত্ৰা কৰিব পৰা যাব।

  • Share this:
আপুনি ফুৰি ভাল পাই নেকি? কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন নতুন আঁচনি। দেশৰ পৰ্যটনৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় লোকসকলৰ বাবে এখন নতুন আঁচনি হাতত লৈছে। এই আঁচনিৰ জৰিয়তে ২০২২ চন পৰ্যন্ত কমেও ১৫টা পৰ্যটনস্থলীলৈ যাত্ৰা কৰিব পৰা যাব। এই যাত্ৰাৰ সম্পূৰ্ণ খৰচ বহন কৰিব চৰকাৰে।



পৰ্যটন মন্ত্ৰণালয়ে আৰম্ভ কৰিছে ‘দেখো অপনি দেশ’ নামেৰে এখন আঁচনি। আঁচনিৰ জৰিয়তে ২০২২ চন লৈকে পৰ্যন্ত কমেও ১৫টা পৰ্যটনস্থলীলৈ যাত্ৰা কৰিব পৰা যাব।

এবছৰত ভ্ৰমণ কৰিব লাগিব ১৫টা পৰ্যটনস্থলী। আৰু যাত্ৰাৰ সময়ত মুঠ খৰছ হোৱা প্ৰমাণ আৰু ফটো ৱেৱচাইটত আপলোড কৰিব লাগিব। আচঁনি খন ২০২২ চন পৰ্যন্ত থাকিব।
বছৰত নিজৰ গৃহ ৰাজ্যৰ বাহিৰৰ ১৫টা পৰ্যটনস্থলী ভ্ৰমণ কৰাৰ পিছত https://pledge.mygov.in/my-country/ ৱেবচাইটত ফটো আপলোড কৰিব লাগিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি